ভাইটিকণ মহন on Clubhouse

Updated: Jun 5, 2024
ভাইটিকণ মহন Clubhouse
1.7k Followers
1.8k Following
@bhite12345 Username

Bio

(শিৱসাগৰ লৰা )😊😊কাৰোবাক যদি চিৰজীৱন কাষত বিচৰা তেতিয়া প্ৰেম নহয়,বন্ধুত্ব গঢ়াৰ চেষ্টা কৰা।কাৰণ প্ৰেম এদিন আঁতৰি যাব পাৰে।কিন্তু বন্ধুত্ব কেতিয়াও আঁতৰি নাযায়। মৰম বোৰ মৰম হয় থাকিব দিয়া সম্পৰ্ক নাম নিদিবা♥️♥️🙋🙋পোৱা নোপোৱা নো কি হিচাপ দিম নোপোৱা বেদনাত কৈ পোৱা বেদনা হে বেছি যেন পাওঁ😊নূপুৰৰ দাম হাজাৰ টকা কিন্তু তাৰ স্থান সদায় ভৰিতে হয়।সেন্দুৰৰ দাম 5টকা তথাপিও তাৰ স্থান কপালত ।ইতিহাস সাক্ষী আছে ।নিমখত কোনো দিনাই পোকে নধৰে।কিন্তু মিঠাইত সদায় পোকে ধৰে পৰুৱাইও নেৰে।মম জ্বলাই মৃত ব্যক্তিক স্মৰন কৰা হয়।আৰু মম নুমুৱাই জন্ম দিন পালন কৰা হয়।মানুহে সৎ পথতত চলিব নিবিচাৰে কিন্তু বেঁকা পথৰ প্ৰতি সকলোৰে আগ্ৰহ বেছি।সেই বাবে মদ বিক্ৰেতাই কোনো দিনে কাৰো ওচৰত যাব লগা নহয়।আৰু গাখীৰ বিক্ৰেতাই ঘৰে ঘৰে যাব লগা হয়।আমি গাখীৰ বিক্ৰেতাৰ জনক সদায় প্ৰশ্ন কৰোঁ গাখীৰত পানী মিহলোৱা নাইতো..?আৰু মদ নিজে পানী মিহলাই খায়।আজি পৰ্যন্তক মানুহক ইমান খিনি এ বুজি পাইছো।জানোৱাৰ বুলি কলে খং কৰে,কিন্তু সিংহ বুলি কলে খুচ হয়।....😊মানুহ সঁচাকৈ বৰ আজব প্ৰাণী।......?☺️☺️☺️☺️☺️☺️☺️বেলেগক মৰম কেনেকৈ দিব হে।কৰ পৰা দিব যদি আপোনাৰ লগতে টকা নাই আপুনি বেলেগক টকা কৰ পৰা দিব। প্ৰথমে আপোনাৰ লগত থাকিব লাগিব ন।টকা নিজৰ বাবে তাৰ পাছতে বেলেগক দিব পাৰিব। মৰমটোও থিক তেনেকুৱা পোন প্ৰথমে আপুনি নিজক কৰিব পৰাকে মৰম থাকিব লাগিব।তাৰ পাছতে আপোনি বেলেগক মৰম দিব পাৰিব যদি নিজৰ লগতে নাথাকে কেনেকুৱা হব।প্ৰথমে নিজক মৰম কৰক তাৰ পাছত আনক মৰম কৰিম তেতিয়া হে আপোনাৰ ভাল পোৱা যেনেকুৱা পৰিস্থিতি নহওক কোনেও একো কৰিব নোৱাৰে।😊😊👍👍 (অলপ মন দি পঢ়িব ভাল কথা লিখা আছে ধন্যবাদ)💐💐

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
June 05, 2024 1,792 +37 +2.2%
May 03, 2024 1,755 +75 +4.5%
March 21, 2024 1,680 +30 +1.9%
March 03, 2024 1,650 +41 +2.6%
February 11, 2024 1,609 +19 +1.2%
January 24, 2024 1,590 +16 +1.1%
January 07, 2024 1,574 +14 +0.9%
December 22, 2023 1,560 +32 +2.1%
December 07, 2023 1,528 +42 +2.9%
November 22, 2023 1,486 +18 +1.3%

Charts

Member of

More Clubhouse users