☛ᘉr.✘✘ on Clubhouse

Updated: Jul 7, 2023
☛ᘉr.✘✘ Clubhouse
625 Followers
490 Following
Aug 23, 2021 Registered
@benapani Username

Bio

এদিন সজীৱতা হেৰাব,,
জীপাল নহ'ব পুনঃ এই মন,
অৱেহেলাই কি দিয়ে?
মৃত্যু!! নহয়, আত্মজাহ!
কি দেখিছা?
আন্ধাৰ, আন্ধাৰ,!
কি আচৰিত, আন্ধাৰৰ পৰা আঁতৰি নাহা কিয়,,
ভাল লাগে মোৰ আন্ধাৰ,,
হয়তো, ই নিজৰ মাজত আৱৰি ৰাখিছে মোক
ভুল,, ক'ত বাৰু,,
কাৰ?
সকলোৰে,, তোমাৰ আৰু মোৰ দৰে?
ভুল বুলি একো নাই,,
মাত্র সুখবোৰ নিজৰ মাজত ৰখাৰ অজুহাত, ,
অজুহাত,, উম্, হয়,,
শেষৰ আচলতে শেষ নাই,
শেষ বুলি ক'লে ক'ত ৰয় ? ?
মৃত্যু!!
হয়,, নিষিদ্ধ পথত!!
সেইবাবেই এই মৰম বৰ আকলুৱা
,,,, মৰম,, উম, মৰম
জীৱনে ইমানেই বিচাৰে
মানুহে ইমানেই বিচাৰে 💕👁
👅👁👁
👅👁👁
👄👁👁
👄💤💤
💤ØÑĹÝ
HøPun øŘ

KöIñÄh 👁👁 ĞőřÃķî
👄
🤝B̑̈s̑̈t̑̈y̑̈🤝💞👫༺мιѕѕ вι∂ιѕнα༻💑😘👁👁
👄🥰MOI KARU HOBOH NOWARILU 😌😌বৰষুণ**
এটোপাল দুটোপাল কৈ
আহি আজি মোক সম্পুৰ্ণ
ভিজাই তুলিলা...
নিশাৰ শেৱালি জোপাই
মনত গঢ়ি তোলে হাজাৰটা
অৰ্থ বিহীন সপোন...
নাজানো কিয়....মেঘে
গৰজিলে হৃদয়ত গভীৰ
শোকৰ অনুভ‍ৱ কৰোঁ....
আৰু সেই সপোনবোৰেও বাগৰ সলাবলৈ
আৰম্ভ কৰে......
অনুভৱবোৰ হয়তো এনেকোৱাই নহয় নে!
এই যে মূহুর্তটো,, তুমি মোৰ সতে নথকাৰ বেথা,,
বৰ বিশেষ একো আশা কৰা নাই জানা,,,
মাত্ৰ অশান্ত মনটোক অকণমান প্ৰশান্তি দিব পৰা কৈ,, এই বৰষুণ জাকক বিচাৰো,,,
টোপাল বোৰৰ শব্দই মোৰ বাবে সুকীয়া, নভৱাকৈয়ে বহু কথাই কৈ যায়,,
বুজাই যায়, প্ৰেমানুভূতি তথা কিবা এক অচীন অবুজ শিহৰণ,,
এই টোপাল বোৰ নহ'লেচোন মোৰ হৃদয় চহৰত সাংঘাতিক নীৰৱতা হয়,,,,
নীৰৱতা প্ৰিয় আছিল মোৰ বাবে কোনোবা তাহানিতে,,, এতিয়া বৰষুণ জাকৰ অনুপস্থিতিত
মোৰ কলমও নিস্তব্ধ,,,
ইয়াৰ কাৰণ প্ৰতিটো টোপালত থকা "তুমি" নামৰ অনুভূতি,,, 🥀
কবিতা বুলি নল'বাচোন, ই যে মোৰ হৃদয় কোণৰ জীয়া অনুভূতি,,
মাথো এটি এটি জীয়া
অনুভূতি,,, 🥀🥀💔💔⚰

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 09, 2022 625 +87 +16.2%
July 03, 2022 538 +49 +10.1%
May 27, 2022 489 +143 +41.4%
April 19, 2022 346 +54 +18.5%
March 11, 2022 292 -9 -3.0%
January 13, 2022 301 -3 -1.0%
December 06, 2021 304 +77 +34.0%

Charts

Member of

More Clubhouse users