Ciภdrellⱥ . on Clubhouse

Updated: Mar 6, 2024
Ciภdrellⱥ . Clubhouse
2.7k Followers
2.5k Following
@bellrinapori Username

Bio

BGMI: 557941336


★★ *বটবৃক্ষ তুমি* ★★
==============
কিমান দিন হ’ল নাজানোঁ,
এটি গছপুলিৰ লগত পৰিচয় ঘটিছিল ৷
মত বিনিময় কৰিব পৰাকৈ তেওঁ
সবল আছিল ;
সতেজতাৰ শতাংশই লুকা-ভাকু খেলিছিল
কিন্ত্ত তেওঁ সবল আছিল তেতিয়াও !
মোৰ হৃদয়ৰ কোণত গছপুলিটি ৰোপন হৈছিল
হেঁপাহ জন্মিছিল বাবেই কাষত আছো
এতিয়াও সজাই থৈছোঁ মোৰ চৌপাশৰ
ক্লাৱৰ মেলত ,
কেতিয়াবা কোনোবা বিষাদ গাঁথাৰ বক্ষস্থলত !
আজীৱন তোমাক মই "বা" কৰিছোঁ
কাৰণ তেওঁ এতিয়া এজোপা বটবৃক্ষ ৷
বৃহৎ ডাল-পাতেৰে তেওঁ আৱৰি আছে
হাজাৰজনী মোক ,
কত ধুমুহাই জোকাৰি গ’ল বৃক্ষজুপিক
মনৰ মাজৰ পৰা চিঞৰিলে তেওঁ-
“মোক নোজোকাবা,মই অটল”৷
কোটকোৰাৰ কাঁইটে বিন্ধা তেওঁৰ শৰীৰ
ক’ত লুকুৱালা "বা" সেই আঁচোৰ?
মানুহৰ মাজত মানুহ হৈ
মানুহক মানৱতাৰ পাঠ শিকোৱা
আৰু ধেমেলীয়া কথাৰ হাঁহি খলকনি জগাই তোলা
তুমি দুৰ্জয় সাহসী বীৰাঙ্গনা,
তেজাল মন,তেজাল হিয়াত
বৈ ৰওক অবিৰত শক্তিৰ জোৱাৰ
জীপাল হৈ উঠা গছজুপি বটবৃক্ষলৈ
পৰিণত হোৱা এই ৰূপান্তৰ
"বা" তোমালৈ শতকোটি নমস্কাৰ ৷
হাউলি পৰা একোটি মনৰ তুমি সাহস
ভাগি যোৱা সপোনক গজালি মেলোৱা
তুমি এক আধাৰ,
আন্ধাৰ বাটত খপজপাই ফুৰা অনেকৰ
মন আকাশৰ জ্যোতি তুমি !
দিব পৰা সান্নিধ্য কাঢ়ি লোঁৱা মোৰ পৰা
এই অধিকাৰ মোৰ পৰা তোমালৈ !!
তোমাৰ বাটত ফুলি ৰওক সেই নুফুলা ফুল
যাৰ সুবাসেৰে সুগন্ধিত হওক চৌদিশ ৷
জন্ম দিনৰ বহুত বহুত মৰম আৰু শুভকামনা বা ।।
★★■ মনজিৎ ■★★

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 06, 2024 2,778 +153 +5.9%
February 13, 2024 2,625 +80 +3.2%
January 26, 2024 2,545 +71 +2.9%
January 09, 2024 2,474 +60 +2.5%
December 24, 2023 2,414 +70 +3.0%
December 09, 2023 2,344 +54 +2.4%
November 24, 2023 2,290 +45 +2.1%
November 12, 2023 2,245 +19 +0.9%
November 02, 2023 2,226 +726 +48.4%
February 06, 2022 1,500 0 0.0%

Charts

Member of

More Clubhouse users