SHILPI DEKA। on Clubhouse

Updated: Dec 5, 2023
SHILPI DEKA। Clubhouse
693 Followers
124 Following
@babydoll970 Username

Bio

Assam🌎Guwahati ❤🥀



প্ৰশ্ন যিটোৱেই হওঁক উওৰ তুমি , 😘
ৰাস্তা যিটোৱেই হওঁক লক্ষ্য তুমি,🥀❤
কষ্ট যিমানেই হওঁক সুখ তুমি, 💞
তোমাক যিমানেই খং নকৰোঁ কিয়,🥀😡
তথাপি মোৰ প্রিয় ভালপোৱা তুমি ।।


🥀シ︎যি দিনা মই এই পৃথিৱীৰ পৰা আতৰি যামシ︎
☻︎নাভাবিবা যে তোমাক পাহৰি যাম
তুমি মাত্ৰ এবাৰ আকাশলৈ চাবা ♡︎
মোৰ চকুপানী বৰষুণ হৈ তোমাক হেমেকাই থৈ যাম✔︎😌
❥ ভাগ্যত নাথাকিলেও একো নাই🍂🙂তুমি যে মোৰ হৃদয়ত আছা সেইয়া যথেষ্ট''❤️😌👑 
❥︎প্ৰিয় মানুহবোৰেহে এৰি থৈ যায় প্ৰিয় গানবোৰ সদায় লগতেই থাকে💔🌚🥀
❥︎মোৰ ভালপোৱাটো ইমানেই গোপন যে, যাক ভাল পাওঁ সিও নাজানে!🙈🤭🌍
❥︎ভাল পোৱা নোপোৱাৰ হিচাপনো কিয় লাগে🌠😑 তুমি বেলেগ পতালে মইও বেলেগ পতাম কথাটো ভাবিয়ে ভাল লাগে😗😆💔

🌍〲Ⲙine༄᭄♥︎🌸🙃কপালত আছা নে নাই নাজানো
হৃদয়ত আছা, আৰু সদাই থাকিব♥︎😌❤️

シ︎⚡কষ্ট পালেও যিসকলে চুপ চাপ থাকে ,
সিহতৰ যন্ত্ৰণা অধিকシ︎ 🙂🥀

☻︎❥︎হেৰুৱাই দিয়াৰ পাছত হে অনুভৱ হয় ,
シ︎ কিমান মূল্যৱান আছিল
সময়, মানুহ, আৰু সম্বন্ধ........🍂✔︎

___________💝🌸🍂🌍💔_____________

Member of

More Clubhouse users