সম্পৰ্ক যিয়েই নহওঁক কোন সঁচা কোন মিছা নাজানো।কিন্তু এটা কথা সঁচা যে সেই জন আচলতে প্ৰকৃত প্ৰেমিক হবই নোৱাৰে।প্ৰেম মানেইটো বিবাহ নহয়।প্ৰেমত বিচ্ছেদ থাকেই । বিচ্ছেদ হোৱা পাছতো মুক্ত মনে নিজ কৱলৰ পৰা ত্যাগ কৰিব পৰাটো হে আচল কথা। প্ৰতিশোধৰ শব্দটো ত্যাগ কৰি আশীৰ্বাদ কৰক। আপুনি যদি ভাল পথে আছিল তেনে তেওঁ এদিন নিজে উপলব্ধি কৰিব কাক হেৰুৱালোঁ। কিন্তু তাকে নকৰি প্ৰেমত হাবাথুৰি খাই দিকবিদিক হেৰুৱাই নিজৰ লগতে আনৰো জীৱন ধ্বংস নকৰিব🙏প্ৰেম হৈছে এটা পবিত্ৰ সম্পৰ্ক ।য'ত থাকিব লাগিব নিঃস্বাৰ্থ মৰম ,ভালপোৱা,ত্যাগ,ধৈৰ্য ।সেই বাবে প্ৰেম কৰক যাতে সৃষ্টি হয় ধ্বংস নহয়। সঁচা প্ৰেমিক এজনে কেতিয়াও বিচ্ছেদ হোৱা পাছতো নিজৰ প্ৰেমিকাক নিজ হাতেৰে ইমান নৃশংস ভাৱে দমন কৰিব নোৱাৰে ।সচাকৈ কি হৈছে মানে এই মানৱ ৰূপী দানৱ বোৰৰ ।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 05, 2023 | 146 | -2 | -1.4% |
January 30, 2023 | 148 | -6 | -3.9% |
September 30, 2022 | 154 | -1 | -0.7% |
August 09, 2022 | 155 | -1 | -0.7% |
July 03, 2022 | 156 | -10 | -6.1% |
April 19, 2022 | 166 | +2 | +1.3% |
March 11, 2022 | 164 | -7 | -4.1% |
January 13, 2022 | 171 | +2 | +1.2% |
December 06, 2021 | 169 | +1 | +0.6% |