⚡ঐ এবাৰ বন্ধুত্ব কৰি ছোৱা পাগল কৰি দিম 😜 কাৰন ময় নিজে এতা পাগল🤣
⬇️
🙏U Most wlcm to my bio🙏
⬇️
💙অনুগ্ৰহ কৰি ভাল বোৰ আতৰি থাকিব💙
❤️কেতিয়াবা নিজৰ লগতে আনকো সুখি ৰাখি ছাব জীয়াই থকা সাৰ্থক হব❤️
💗নিজৰ লগতে আনৰো মন সদায় মুকলি ৰাখিব ছুন অভীহাপ নহয় আশীৰ্বাদ পাব💕💗❣️🙏
⬇️
💜কনোধৰনৰ অৰ্থ নোহোৱা অশ্লীল,অযোগ্য কলিৰে কল্পনা কৰি সাছি ৰখা জীৱনৰ প্ৰথমততো লীখনি ২০১৮💜
⬇️
💌 "কৱৰৰ এক জলন্ত জুই,,
আৰম্ভনি মাথো ধুৱলীৰে😞,
অন্তিম নিশ্বাস কলা এঙাৰেৰে💗..|
জীৱনৰ এক অনন্ত সাগৰ..
আৰম্ভনি মাথো হাঁহিৰে😄
অন্তিম নিশ্বাস এন্ধাৰ চকুলুৰে😔..|"
"অনন্ত নৈৰ সমাধিত..
গভীৰ সাগৰ🗺️
আশাৰ নৈৰ সমাধিত,
নীস্তব্ধ জীৱন 😌..|"
"প্ৰভাতিৰ নিচুকণি বেলাত,
সুৰুজৰ কিৰন☀️!
জণ্তণাৰ নিস্তব্ধ কোলাত..
মোৰ এই আধৰুৱা জীৱন☺️"
" বাসণাৰ যাযাৱৰীত,
আশাৰ ৰেঙনী🌅
জীৱণৰ নীস্তব্ধ বেলোকাত........
মোৰ এই ভাগৰুৱা তুপনী😓 💌
⬇️
💚ধন্যবাদ 💚
💛ভাল লাগিলে flow কৰিবা back দিম💛
💜ভুল হলে আওৰাই দিবা💜
💘Hemo/Asuk💘
⬇️
💗তুমাৰ ভাৱনাত💗
👇
"জনাই নজনাই জি তি কৰি ফুৰু,
জি মন জায় বকিয়ে থাকো বকিয়ে থাকো,,
হা হা ! ময় বোলে পাগল 🤔
সেয়া ময় কোৱা নাই মানুহ বোৰে কয়,,,
আৰু কি কয় জানা 'তুমি বোলে বেয়া'😒😓
কিন্তু সিহত পাগল ন ..?
ঐ তুমিও কোৱা না মোক অকলে সকলোৱে ঘেৰি ধৰিছে ছোৱা😒
Ohh sorry ময় পাহৰিয়ে গৈছিলো তুমিজে আনৰ হলাগৈ
আচলতে 6 তা বছৰ একেলগে পাৰ কৰাৰ পাছত এতিয়া পাহৰিয়ে থাকো কথাবোৰ..
আজিউ Unknown Number ফতকে RCBকৰো কিন্তু..........................?"📳
⬇️
💛 আছলতে কি জানা..!
বিশ্বাস বোৰেউ কেতিয়াবা বহুত ধেমালি কৰে 😔কাৰোবাৰ প্ৰতি অসীম বিশ্বাস থাকিলেউ সেই বিশ্বাস বোৰ কৰবাত হেৰুৱাই পেলোৱাব লগীয়া হয় অৰু সেই বিশ্বাসে তুমাৰ জীৱণৰ সৈতে খেলা কৰিবৈ কৰিব তেতিয়া তুমাৰ মন তোৱে বহুত কান্দিব , তেজ নুলাই কিন্তু বৰ বিখাব,,সাৱধানে থাকিবা নিজে খুতি পুতি উজুতি নাখাবা plz🙏
⬇️⬇️
❣️ শেখত এগাল মান ধন্যবাদ আপুনালৈ✍️
✍️(আধৰুৱা ময় সকলোৱে বেয়া পোৱা পাগল লৰাজন)🤔
🤔
😎Tinsukia,Sadiya🌍 (Bachelor of Arts from sadiya college 2021 in political science)📴🚫⚠️