সেউজীয়াৰ 💚কাহিনী কোনে শুনিব😌
নীলা 💙বোৰে মোক সামৰি ৰাখিছে ,নহলে মই যে নিসংগ😊
ভদ্ৰতাৰ মুখা এখন পিন্ধি ,অভদ্ৰ আচৰণ নকৰিব ,,,আপোনাক শোভা নাপায়।।।
আপোনাৰ ব্যৱহাৰে ,আপোনাৰ পৰিচয় ।।।
বাকী ভদ্ৰ মইও নহয় ,কিন্তু অভদ্ৰামিও নকৰো😌