Amonjyoti . on Clubhouse

Updated: Aug 28, 2023
Amonjyoti . Clubhouse
30 Followers
151 Following
@ariyan004 Username

Bio

প্ৰেম সদায় প্ৰেম হৈ থাকক। পৰিচালনা নহৈ প্ৰেৰণা হৈ থাকক। জেদ নহৈ অভিমান হৈ থাকক। ঈৰ্ষা নহৈ মৰম হৈ থাকক। দাবী নহৈ নিবেদন হৈ থাকক। দায়িত্ব নহৈ আকুলতা হৈ থাকক। বান্ধোন নহৈ একেলগে এটা খোজ হৈ থাকক।
প্ৰেম সদায় প্ৰেম হৈ থাকক। নিজক নিজে বেয়া পোৱাৰ সময়খিনিতো ভাল পাব পৰাকৈ থাকক। ছাঁ হোৱাতকৈ ৰ'দত ছাঁ দিব পৰা মৰমৰ গছজোপা হৈ থাকক। প্ৰেমৰ দোহাই দি বাকী সম্পৰ্কবোৰ মৰহিবলৈ নিদিয়াকৈ থাকক। দোষবোৰ নেদেখা হোৱা বা দোষ দেখি আঁতৰি যোৱাতকৈ শুধৰাই ল'ব পৰাকৈ থাকক।
প্ৰেম সদায় প্ৰেম হৈ থাকক। মানুহক মানুহৰ পৰা কাঢ়ি ননাকৈ, বন্ধুত্বক মোহাৰি নিদিয়াকৈ, বিশ্বাসৰ বৰঘৰ হৈ, জীৱনৰ সেউজীয়াবোৰ গোটাই হাঁহিফুল হৈ, প্ৰেম সকলোৰে বুকুয়ে বুকুয়ে থাকক।
প্ৰেমৰ বাবে কেৱল এটা দিন পৰ্যাপ্ত নহয় সঁচা, কিন্তু এটা দিন কেৱল প্ৰেমৰ বাবে দিবতো পাৰি ন! শুভেচ্ছা ❣️

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 28, 2023 30 -2 -6.3%
October 15, 2022 32 +1 +3.3%
August 18, 2022 31 -2 -6.1%
July 12, 2022 33 +1 +3.2%
June 05, 2022 32 -4 -11.2%
April 28, 2022 36 -1 -2.8%
March 21, 2022 37 +10 +37.1%
January 22, 2022 27 -3 -10.0%
December 16, 2021 30 -2 -6.3%

Charts

Member of

More Clubhouse users