●⃝ARHI Konwar on Clubhouse

Updated: Aug 3, 2023
●⃝ARHI Konwar Clubhouse
476 Followers
567 Following
@arhi11 Username

Bio

𝑯𝑶𝑴𝑬:--🅓🅘🅑🅡🅤🅖🅗🅡 ...❤️(𝑫𝒊𝒍𝒊𝒂𝒋𝒂𝒏)
𝑩𝒊𝒓𝒕𝒉𝒅𝒂𝒚🎂🎂 28 𝒋𝒖𝒏𝒆 🎂🎂
Instagram:---𝐑𝐢𝐦𝐣𝐢𝐦_𝐝𝐞𝐤𝐚_114
নাচি ভাল পাওঁ

🧿আমাৰ জীৱনৰ সমস্যাবোৰ ডাঙৰ নহয়,
আচলতে আমিহে সৰু, যেতিয়াই আমি নিজকে ডাঙৰ আৰু সমস্যাবোৰ সৰু বুলি ভাবিব পাৰিম,
তেতিয়াৰ পৰা জীৱনটো সহজ হৈ পৰিব ।
#keepsmiling__everyone__😊😊🧿


🧿তুমি যদি সঁচা কাৰোবাক মৰম দিছাঁ ন..youshould proud of that..
তুমি selflessly unconditionally কৰোবাক মৰম দিছাঁ।সেই মৰমৰ value যদি কোনোবাই দিৱ পৰা নাই সেইটো তোমাৰ ভুল নহয়, তাত তোমাৰ দুখ নাই ।গতিকে তুমি কিয় কষ্ট পায় থাকিবা? তুমি কিয় দুখত থাকিবা?You should be happy...👉যে তুমি মৰম দিছাঁ.......... তুমি honest হয়, তুমি strong হয়, তুমি true love কৰিছা,So why are you suffering,তুমি suffer কৰিব নালাগে,সেইজনে suffer কৰিব লাগে,যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে,সেইজনে suffer কৰিৱ লাগে, যিয়ে তোমাৰ নিচিনা লৰা বাছোৱালী এজনী হেৰুৱালেসেইজনে suffer কৰিব লাগে,যিয়ে honesty হেৰুৱালে।his end that..So তুমি কিয় কষ্ট পায় আছা,You should be happy....তুমি মৰম দিলা তাই..বা তেওঁ value নকৰিলে,তেওঁ গুচি গল...কেতিয়াবা হয়তো তেওঁ বুজিব তোমাৰ মৰম and that will be late....এতিয়া প্ৰথম কথা হল - তুমি নিজৰ বিষয়ে চিন্তা কৰা,নিজৰ কথা চিন্তা কৰা,মা-দেউতাৰ কথা চিন্তা কৰা,Career কথা চিন্তা কৰা,And love willcome to you,One day some day,Someone will came into your life,অকলে মানুহে কেতিয়াও spent নকৰে,
There will be someone in your life,
But except that person,Who' values you?
Who' understands you and who loves you...👍#_So_I_will_you_all_the___best__
Thank you......🧿

🧿জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তুু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তুু কাকো কষ্ট দি নহয়। 🦋🥀🧿

🧿ভালপোৱাবোৰৰ‌ আৱেগেই বেলেগ নহয়নে বাৰু ?
অনবৰতে চোন মুখত হাঁহি এটি লাগিয়েই‌ থাকে ।
মই তোমাৰ কথা ভাবি যিদৰে মুখত মিচিকিয়া হাঁহি লৈ ফুৰো , তেনেদৰেই তোমাৰ সেই মিচিকিয়া হাঁহিটিৰ কাৰণটিও মইয়ে হʼব খোঁজো 💕💕💕💕🧿

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
August 03, 2023 476 +37 +8.5%
January 13, 2022 439 +22 +5.3%
December 06, 2021 417 +37 +9.8%

Member of

More Clubhouse users