RISHIKA Barmon on Clubhouse

Updated: Mar 27, 2024
RISHIKA Barmon Clubhouse
2.2k Followers
1.7k Following
@arbikww Username

Bio

💉
😑❣️"অবুজন হৃদয়"😑❣

শীতৰ এটা সন্ধিয়াৰ আবেলিত ❣️ 💕

তুমি আহিছিলা মোৰ জীৱনলৈ 😑❣️

ভালপোৱাৰ বৰষুণ হৈ

বিয়পাই দিছিলা মোৰ ওঁঠত 💝 💟

ক'ৰবাত হেৰাই যোৱা হাঁহিটো...

দুচকুৱে নেদেখাকৈ আৰম্ভ হোৱা ❣️ 💕

আমাৰ চিনাকি💞 💓

এদিন বাস্তৱ হৈ ধৰা দিছিল

মোৰ চকুৰ আগত.. 💝 💟

কি আছিল তোমাৰ সেই চাৱনিত

মই নাজানো.., ❣️ 💕

কিন্তু সেই চাৱনিয়ে মোৰ হৃদয়ত এক

অবুজ শিহৰণ জগাই তুলিছিল..❣️ 💕

যেতিয়া তুমি মোৰ ফালে চাইছিলা

মোৰ লাজত হৃদয় কঁপি উঠিছিল...

কি আছিল সেয়া 💝 💟

সেয়াই আছিল নি বাৰু প্ৰেম

হয়তো মই তোমাৰ প্ৰেমত পৰিছিলো

কিন্তু ক'ব বিচৰা নাছিলো মই

তোমাক হেৰুৱাৰ ভয়ত...❣️ 💕

তুমি বুজি উঠিছিলা মোৰ মনৰ ভাব

আকোৱালি লব বিচাৰিছিলা মোক

তোমাৰ মনৰ মাজত 💝 💟

আঁকি দিছিলা মোৰ দুচকুত

ভালপোৱাৰ কাজলসনা ৰংবোৰ... 😑❣️

কিন্তু দুদিনৰ কাৰণে আহি💞 💓

ধুমুহাৰ দৰে আঁতৰি গলা তুমি

আৰু পুনৰ জীৱনৰ বাটত 😑❣️

অকলশৰীয়া হৈ পৰিলো মই..❣️ 💕

হেৰাই গল হেপাঁহবোৰ,আশাবোৰ

নাইকিয়া হৈ গল ভালপোৱাৰ প্ৰতি বিশ্বাস..

দুদিনৰ কাৰণে আহি 💝 💟

মুখত অলপ হাঁহি বিৰিঙাই আঁতৰি গলা তুমি...

কেনেকৈ বুজাও নিজক 😑❣️

মোৰ অবুজন হৃদয়ে যে

এতিয়াও তোমাকে বিচাৰে.

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
March 27, 2024 2,291 +29 +1.3%
March 09, 2024 2,262 +33 +1.5%
February 16, 2024 2,229 +31 +1.5%
January 30, 2024 2,198 +29 +1.4%
January 13, 2024 2,169 +1 +0.1%
December 28, 2023 2,168 +7 +0.4%
December 12, 2023 2,161 +14 +0.7%
November 27, 2023 2,147 +14 +0.7%
November 14, 2023 2,133 +6 +0.3%
November 04, 2023 2,127 +4 +0.2%

Charts

More Clubhouse users