Anwesha Pachani on Clubhouse

Updated: Dec 19, 2023
Anwesha Pachani Clubhouse
220 Followers
124 Following
@anweshapachani Username

Bio

এশ বাৰ সজাওঁ
হাজাৰ বাৰ ভাঙো
এটা সপোন, ঠিকনাৰ সিপাৰে বহি আছে নিৰৱে
নাই, নাওঁ খন হেৰাল হেনো ভৰ বাৰিষাৰ কোহালত,
এতিয়া কোনে পাৰ কৰাব তাক,
কোনে দিব পাৰাপাৰ সপোন
কোনে বুজিব, কাক শুনাব
কাক বুজাব অবুজন কথাৰ মেলা;
কথাবোৰ তেনেই সহজ, মাথোঁ কথাত নাই ইতিহাস ভৱিষ্যতৰ সঁহাৰি,
এটি কঠোৰ প্ৰশ্ন সদায়েই ডুবে পশ্চিমত,
সদায়েই সৰিব দেহ চুমা ডাৱৰৰ গান,
কোনে ধৰি ৰাখিব, কোনে সান্তনা লিখি আকৌ উৰিবলৈ শিকাব,
সময়ে কাঢ়ি নিব, ‌হৃদয়ে বান্ধিব;
এইয়াটো নহয় কেৱল সন্ধ্যাৰাগ,
এইয়া দিন ৰাতি একাকাৰ এটি অকলশৰীয়া অনুৰাগ। Anu🌻

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
December 19, 2023 220 +2 +1.0%
September 30, 2022 218 -2 -1.0%
August 09, 2022 220 +1 +0.5%
July 03, 2022 219 -16 -6.9%
April 19, 2022 235 -1 -0.5%
March 12, 2022 236 +1 +0.5%
January 14, 2022 235 -3 -1.3%
December 07, 2021 238 +6 +2.6%

Charts

Member of

More Clubhouse users