অনুৰাগ কাশ্যপ on Clubhouse

Updated: Sep 1, 2023
অনুৰাগ কাশ্যপ Clubhouse
319 Followers
309 Following
@anuraggoleymaan Username

Bio

নৈপৰীয়া এজাক বতাহে পথভ্ৰষ্ট কৰিছে কৃষ্ণচুড়াৰ ৰঙবোৰ
এৰা, বুকুৰ কোলাহলত মাৰ যোৱা নৈশব্দত
এমুঠি অনুৰাগ ঢালি
নীলাবোৰ পিঁ থওঁ
এআকাশ,এসাগৰ,একণ্ঠ--
আকাশৰ শূন্যতাৰ ঠিকনাত পালো
ইথাৰৰ কোলাহল
কোলাহলত বিষাদ---
নীলা বিষাদ
নীলকণ্ঠৰ বিষাদ
উন্মাদ নীলকণ্ঠই পিঁ থোৱা নীলা সাগৰৰ বিষাদ---
স্থবিৰ সময়ৰ বোকোচাত এমুঠি নীলা সানি
সাগৰ আৰু আকাশখন স্থিতপ্ৰজ্ঞ!!🇮🇳

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
September 01, 2023 319 -19 -5.7%
October 02, 2022 338 +2 +0.6%
August 11, 2022 336 -6 -1.8%
July 05, 2022 342 -3 -0.9%
May 29, 2022 345 -25 -6.8%
April 21, 2022 370 -1 -0.3%
March 14, 2022 371 -10 -2.7%
January 15, 2022 381 +46 +13.8%
December 09, 2021 335 -3 -0.9%

Charts

Member of

More Clubhouse users