নিমিলা অংকবোৰ চোন তোমাৰ পৰাই আৰম্ভ হয় আৰু শেষত জীৱন বুলিবলৈ একোৱে নাথাকে গৈ । কেতিয়াবা নিজকে বৰ অকলশৰীয়া যেন লাগে জানা , তথাপি বাৰে বাৰে মেছেজৰ দুৱাৰ দলিত " মিছ ইউ " বুলি লিখিবলৈ লৈ ও ৰৈ যাওঁ !!!
সদায়ৰ দৰে অভ্যাস বোৰ ত্যাগ কৰিবলৈ বৰ কঠিন কিন্তু অবুজ মনটোক শান্ত কৰিবলৈ নিৰূপাই আৰু অসহায় । তাৰ মাজত বাৰে বাৰে মোবাইলৰ আলহী হওঁ , কিজানি তুমি এটা খবৰ সোধা " জীয়াই আছোঁ নে নাই "....
I ❤️ Narayanpur
Restaurant Owner " Aaড্ডা 1.0 "
From Lakhimpur 💕
🇮🇳
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
September 20, 2023 | 167 | -10 | -5.7% |
January 13, 2022 | 177 | +4 | +2.4% |
December 07, 2021 | 173 | +5 | +3.0% |