বিষাক্ত অনুপম on Clubhouse

Updated: Jan 2, 2024
বিষাক্ত অনুপম Clubhouse
8 Followers
60 Following
@anupamnathofcl Username

Bio

Proud for Tezpurian ❣️
Music is my first Love 💕
Zubeen da 🌎

এই যে চবেই কয়, মনটো বেয়া লাগিলে কাৰোবাৰ আগত ক'ব লাগে😂। কথাবোৰ পাতিব লাগে। হয় সঁচা কথা। কিন্তু কেতিয়ালৈ? কেতিয়ালৈ ক'ব পাৰিম? সলনিৰ পৃথিৱীত কোনোবা থাকিব জানো শেষলৈকে? সদায় শুনিব বুলি কথা দিব পাৰিব? নোৱাৰে, মুখেৰে নক'লেও কামত বিৰক্তি প্ৰকাশ পাবই। ফোনৰ পৰা মেছেজলৈ নামিব। লাহে লাহে কথাবোৰ চমু হ'ব। এসময়ত মেছেজত কথা নহয়, মাত্ৰ উত্তৰ দিয়া হ'ব। লাহে লাহে উত্তৰ অহাৰ সময়বোৰ দীঘলীয়া হ'ব। সেই বিশেষজনৰ চ্যেটত এলাগী হৈ পৰি ৰ'ব আপোনাৰ অনুভৱবোৰ, হুমুনিয়াহবোৰ।🌝

Member of

More Clubhouse users