☬༗ARIA DAS on Clubhouse

Updated: Sep 18, 2023
☬༗ARIA DAS Clubhouse
312 Followers
244 Following
@akriti_gogoi Username

Bio

🅼🅸🅽🅴 :- কোন হব মোৰ বাবে তোমাৰ দৰে 💔🐼


প্ৰেম ভাল পোৱা জীৱনত বহুবাৰ হব পাৰে , কিন্তু সঁচা ভাল পোৱা জীৱনত এবাৰে হয় । যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি । 💔🫂🌹⠀


আত্মসন্মান বিসৰ্জন দি কাৰোবাৰ প্ৰিয়
হৈ থকাতকৈ আত্মসন্মান লৈ অকলে অকলে
থকাই ভাল ..
কাৰণ কাৰোবাক বেছি মূল্য দিলে তেও
তোমাক হস্তা ভাবিবলৈ আৰম্ভ কৰে
সেয়ে আত্মসন্মান থকা খুব প্ৰয়োজন , কাৰণ
দিনৰ শেষত তোমাৰ তুমি বাদে আৰু
কোনো নাই ..
সেয়ে নিজকে ভালে ৰখাৰ দায়িত্ব
নিজে লোৱা সুখী থাকা নিজৰ যি আছে
সেইবোৰকে লয় ।❤️🌍



───▄▄▄▄▄▄─────▄▄▄▄▄▄─── ─▄█▓▓▓▓▓▓█▄─▄█▓▓▓▓▓▓█▄ ▐█▓▓▒▒▒▒▒▓▓█▓▓▒▒▒▒▒▓▓█▌ █▓▓▒▒░╔╗╔═╦═╦═╦═╗░▒▒▓▓█
█▓▓▒ ༒≛⃝❥❤️༆❤️Mᴀᴀ❤️ ❤️ ▓▓█ ▐█▓▓▒▒╚═╩═╝╚═╝╚═╝▒▒▓▓█▌ ─▀█▓▓▒▒░░░░░░░░░▒▒▓▓█▀ ───▀█▓▓▒▒░░░░░▒▒▓▓█▀ ─────▀█▓▓▒▒░▒▒▓▓█▀
──────▀█▓▓▒▓▓█▀
────────▀█▓█▀

⠀⠀⠀⠀⠀⠀ ⠀ ⠀


💙✵বুজাও কেনেকৈ✵💙

ভালপাওঁ বুলি নকবা ,,,

ভাল যে পোৱা মই
বুজি পাইছোঁ দেৰিকৈ হলেও ,,,

মই বুজি নোপোৱা বুলি
তুমি অভিমান কৰিছিলা ,,,

কিন্তু মোৰ ভাল পোৱা
তুমি হয়তো নাপালা বুজি ,,,

মই বুজাই দিব খোজোঁ বুলি থমকি ৰৈচিলো বহুবাৰ ,,,

এপলক দেখা পাবলৈ
বহুদিন বিচাৰিছিলো ,,,

হয়তো তেতিয়া মই
নিজে বুজা নাছিলোঁ ,,,

ভালপোৱা মানে , নিজৰ কৰি লোৱাটো নহয় ,,,

নহয় ভালপোৱা অনক দেখুৱাবলৈ !

ভালপোৱা মানে আনজনৰ
ভাল হোৱাটো বিচৰা ,,,

তেওঁ তোমাৰ হওঁক বা নহওঁক!!🤗😚❤️🌍

Member of

More Clubhouse users