মনত পৰে
আজি বৰকৈ মনত পৰিছে উমলি ফুৰা দিনবোৰলৈ, হাতত হাত ধৰি আমি যে দৌৰি ফুৰিছিলো।
বৰকৈ মনত পৰে সেই সময়বোৰলৈ,
যিবোৰ সময়ত আমি যে লোকা - ভাকু খেলিছিলো
আৰু ইজনে- সিজনক বিচাৰি নোপোৱাৰ বেদনাত
ঠেহ পাতি বহি আছিলোঁ।
ৰামধেনু ৰ সতোৰঙৰ দৰে ৰঙীণ আছিল সেই দিনবোৰ
যত নাছিল কোনো বেদনা আৰু যন্ত্ৰণা,
কেৱল আছিল মৰম আৰু ভালপোৱা ।
হেৰাই গল সেইবোৰ দিন
যিবোৰ দিনত আমি একেলগে নাচিছিলো, গৈছিলো
আৰু সুখ - দুখৰ কথা পাতিছিলো।
সপোন সপোন যেন লগা সেইবোৰ দিন
কত যে হেৰাই গল।
দিনবোৰৰ লগতে আমাৰ মৰমবোৰ যেন
থমকি ৰল
আধুনিকতাৰ দোমোজাত হেৰাই গল,
মোৰ সেই ৰঙীণ সপোনবোৰ
স্মৃতিৰ ফুলনিত এপাহ ৰঙা গোলাপ হৈ
ফুলি আছে অতীতৰ দিনবোৰ।।
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
May 29, 2022 | 1,200 | -100 | -7.7% |
April 09, 2022 | 1,300 | +100 | +8.4% |
December 23, 2021 | 1,200 | +100 | +9.1% |
December 08, 2021 | 1,100 | +263 | +31.5% |