||𝐌𝐨𝐝𝐞𝐥||
Modeling is my fashion 😍❤️🍒
📍Guwahati 🔁 Lakhimpur
𝐂𝐚𝐥𝐥 𝐦𝐞 bby🍒👅❤💋
In a relationship with 💔💔
Follow me on Instagram to know me...
I believe in following my dreams. Can I have you as my dream's queen💍👫
Morom di jua morom di jam...
Tetia morom barhe jabo 💕💫
Old school lover
( ঠিকনা)
বিৰক্তিৰ হেতালিত কলিজাতো ঠেতালি তুমি বিচাৰি আহা এলান্ধু কলিয়া টোকা বহি খনৰ
ঠিকনা আজি কলঙৰ পাৰৰ চিতাৰ জুইত জাঁহ দিছো......!
তাতে পাবা তুমি তাৰ ঠিকনা.....
তুমি বিচাৰি অহা জীপাল মৰমৰ উম বোৰ ফটফটীয়া ধুঁৱাৰ বুকুৱে বুকুৱে উৰা মাৰিছে নিলীম দেশলৈ......!
তুমি দিয়া প্ৰতিশ্ৰুতি বোৰৰ ওমান লব হ'লে ফঁহিয়াব লাগিব ফুটচাঁইৰ টোপোলা .....!
আৰু তোমাৰ হেতালিত থেতালি অহা কলিজাতোৰ ধক্-ধকনীৰ ওমান লব হ'লে গভীৰতা চাই ডুব দিব লাগিব কলঙৰ বুকুত....!
মৰম বোৰ যেতিয়া কবিতা হয় যায়...
আৰু সপোন বোৰ কাল্পনিক হয়,
তেতিয়া প্ৰতি খন টোকা বহিৰ ঠিকনা হৈ পৰে
কলঙৰ পাৰৰ
চিতাৰ জুই ॥॥
Aayush Das
⍟𝐅𝐨𝐮𝐧𝐝𝐞𝐫 𝐨𝐟 👑𝐑𝐄𝐀𝐋𝐈𝐓𝐘 regards to the same to you and your family and I am𝐂𝐋𝐔𝐁√✫
⍟`𝐋𝐞𝐚𝐝𝐞𝐫 𝐀𝐧𝐝 𝐇𝐨𝐬𝐭 :- 𝐏𝐑𝐎𝐓𝐈𝐃𝐈𝐍𝐄 🌹
Invited by: Priyanki Boruah
if the data has not been changed, no new rows will appear.
Day | Followers | Gain | % Gain |
---|---|---|---|
May 29, 2022 | 1,400 | -100 | -6.7% |
May 12, 2022 | 1,500 | +100 | +7.2% |
October 05, 2021 | 1,400 | +100 | +7.7% |
September 23, 2021 | 1,300 | +1,261 | +3,233.4% |