জীৱন জীন্দাবাদ on Clubhouse

Updated: Jul 5, 2023
জীৱন জীন্দাবাদ Clubhouse
585 Followers
1.6k Following
@867721 Username

Bio

Online বেছি নাথাকিবা বুলি কোৱা মানুহ নাই কাৰণেই মই Online জগতত পঘা নথকা গৰু নিচিনা ঘূৰি ফুঁৰো 🙂


সপোন তুমি ইমান সুন্দৰ কিয়
জীৱন তুমি ইমান কষ্ট কিয় ।
মন তুমি ইমান আশাবাদী কিয়
দুখ তুমি ইমান সহজ কিয়
সুয তুমি ইমান দুৰত্ব কিয়
বাস্তৱ তুমি ইমান কঠোৰ কিয়
মৃত্যু তুমি ইমান নিষ্ঠুৰ কিয় ॥


ম‌ই যাক ভাল পাওঁ মনৰ পৰাই ভাল পাওঁ, সহজতে ম‌ই কাকো বেয়া নাপাওঁ,মৰমৰ মানুহবোৰক অতি সহজতেই মনৰ পৰা আতৰ কৰিব নোৱাৰোঁ ম‌ই,,,বৰ কষ্ট হয়,,,,বহুত আবেগিক ম‌ই , নিজেই কৈছোঁ বহুত মৰমীয়াল হয় ম‌ই,কাৰো বেয়া চিন্তাই কৰিব নোৱাৰোঁ,,,,,,আমাৰ পৰিয়ালৰ ডায়েৰীৰ পৃষ্ঠাবোৰ কেৱল মৰমেৰে লিপিবদ্ধ,,,,পাৰ্য্যমানে আমি মানুহক সহায় কৰা বিধৰ,,,,,,ক্ষমা শব্দটোও আমাৰ অৰ্থাৎ মোৰ ডায়েৰীখনৰ পৃষ্ঠাবোৰৰ মাজতেই আছে,,,,
❤️মোৰ লগত যিয়েই বন্ধুত্ব কৰিব পাৰিছে
সেইটো তেওঁৰ সৌভাগ্য,
মোক যিয়েই বেয়া পায়
সেইটো তেওঁৰ দুৰ্ভাগ্য🙏

হৃদয় খনক সুধিছিলো,"এতিয়া কি
বিচৰা "❣️❣️
হৃদয়খনে ক*লে,"কাৰোবাক
কলিজাটোৰ আধা দি
কষ্ট পোৱাতকৈ অকলেই থাকিব
বিচাৰো "।🥰🥰♥️♥️
অকল টকা- পইছা বা ধুনীয়া চেহেৰা থাকিলে কেতিয়াও মানুহ সুখী হ'ব নোৱাৰে।এখন হ্নদয় লাগিব য'ত সকলোকে মৰমে ধৰি ৰাখিব পৰা যায় তেওঁহে প্ৰকৃত সুখী মানুহ জন।


চৰাইয়ে কেতিয়াও
গছৰ ডাল ভাঙি পৰি যোৱাৰ
ভয় নকৰে,
কিয়নো সিহঁতৰ বিশ্বাস গছৰ
ডালত নহয়,
নিজৰ ডেউকাৰ ওপৰতহে থাকে।
সেইদৰে আমিও
জীৱন যুদ্ধত পৰি নাযাবলৈ হলে
নিজৰ ওপৰতহে বিশ্বাস
ৰাখিব লাগে,,
আনৰ ওপৰত নহয়।
তুমাৰ বাবে ৰৈ ৰৈ চকূ বিখাইচে কিন্তু নাজানু অপেক্ষাৰ শেষ কত সময় আগ বাঢ়িচে কিন্তু মই যে তুমি দিয়া সময় খীনিতে থমকি ৰয়চো্্্্্্্্্্্্্্্


#জীৱনটো___MarieGold___বিস্কুটৰ___দৰে___হৈ____গৈছে,
#চিনি____সকলোৱে___পাই____কিন্তু____ভাল___কোনো____নাপাই 🥺🥺😔


#অকলশৰীয়া_____পোৱালি😭


কোনোবাই তোমাৰ বেয়া কৰিছে,
তুমি ভাল কৰি যোৱা
প্ৰতিশোধ লোৱা দৰকাৰ নাই
মাথো ধৈৰ্য্য ধৰা
সময়ে প্ৰতিশোধ লব

এই পৃথিৱীত ভাল দৰে জীয়াই থাকিব হলে বা আগবাঢ়ি যাব হলে, আনৰ কথাত গুৰুত্ব নিদিয়াকৈ ধৈৰ্য্য ধৰিব পাৰিব লাগিব।কাৰণ
জীৱন যুদ্ধ অকলে কৰিব লাগিব।সেয়ে আনৰ কথাত গুৰুত্ব দি লাভ নাই। নিজৰ কামবোৰ
নিজে কৰি যোৱা ভাল। কিয়নো সমালোচনা
কৰা বহুত পাবা,কিন্তু প্ৰয়োজনত সহায় কৰা
মানুহ কতো বিছাৰি নাপায়।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
July 05, 2023 585 +583 +29,150.0%

Member of

More Clubhouse users