Zubeen . on Clubhouse

Updated: Oct 9, 2023
Zubeen . Clubhouse
1.5k Followers
1.7k Following
@7s.tsk Username

Bio

💔জুবিন দাৰ অনুৰাগী❤️

▶ ●#এজাক_বৰষুণ🥀.


বুকুৱেদি সৰকি চোতাল পোৱা এই বৰষুণজাক
বৰ মায়াসনা !

টোপালবোৰে হাত-বাউলী মাতিছে --
ঐ, এন্ধাৰৰ কুহেলিকা...
আহ আকৌ ... এবাৰ চুই চা...
মোৰ চেঁচাবোৰ !

কুহেলিকাই মাথোঁ নিৰৱে চাই ৰ'ল
টোপাল-টোপাল বৰষুণৰ পানীবোৰ !

এই বৰষুণ তাইৰ বাবে নহয় !
**নহ'লেনো ; বৰষুণত উন্মাদ হ'বলৈ কাৰ মন নাযায় ?**
বৰ্তমান এই বৰষুণ "বিষাদৰ" !❤️


╱◥██████◣ 📡
│∩│🖼️▤│▤▤│
▓▆▇█▓∩▓█▇ পৰিয়াল আৰু সমাজ অবিহনে জীৱন অৰ্থহীন

টকা-পইচা মাত্ৰ দুদিনৰ আলহী🌹. ✍️ কাহিনী আৰু বহুত আছে মোৰ জীৱনত কিন্তু তুমি মোৰ জীৱনত সেইটো কাহিনী যিহেতু নেকি,
সকলোৰে শুনিবলৈ বিচাৰে😞
💔আৰে, ওভতি নাহা নাই
শেষবাৰৰ বাবে মাত এষাৰ নিদিলা কিয় ! ---২
জীয়াই থাকিব বিচাৰিছিলোঁ তোমাৰ সৈতে
মৃত্যুৰ আগতেই মোক মাৰি পেলালা কিয় !

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 09, 2023 1,588 +14 +0.9%
October 01, 2023 1,574 +14 +0.9%
September 23, 2023 1,560 +19 +1.3%
September 16, 2023 1,541 +12 +0.8%
September 09, 2023 1,529 +27 +1.8%
September 02, 2023 1,502 -3 -0.2%

Charts

More Clubhouse users