☬༗᭄কিংৰাজ☫ Ꮪίꪔꪋꪀτꪋ on Clubhouse

Updated: Nov 21, 2023
☬༗᭄কিংৰাজ☫ Ꮪίꪔꪋꪀτꪋ Clubhouse
1.7k Followers
1.6k Following
@6839595 Username

Bio

❤️ অসমীয়া মোৰ প্ৰথম পৰিচয় ❤️
‼️‼️‼️‼️‼️‼️
✊✊লক্ষীমপূৰীয়া✊✊
ভাল পোৱাৰ আন এটা নাম=

Mine=❤️ »̶̶͓͓͓̽̽̽❤️

🦋⃟Simanta࿐🦋★彡彡

Pain changes people ,It makes them trustless , overthink more and shut people out 🥀🦋💔

00:42 ━━━━●────────02:30
⇆ ◁ ☜ ❚❚ ☜ ◁ ⇆

💗ㅤ    ❍ㅤ    ⎙ㅤ    ⌲ ˡᶦᵏᵉ ᶜᵒᵐᵐᵉⁿᵗ ˢᵃᵛᵉ ˢʰᵃʳᵉ
মোৰ বুকুত এজোপা ৰঙা গোলাপ কোনে ৰুলে?? এতিয়া বাসনাবোৰ এপাহ‌ এপাহকৈ ফুলিছে

ব্যস্তবাদী জগতখনৰ পৰা ওলাই অলপ সময় দি আপোন জনক আপোন কৰি ৰাখিব পৰাটোয়েই চাগে ভালপোৱা।।যিটো জোৰ কৰি কাৰো পৰা আদায় কৰিব

এসাগৰ মৰম
বুকুত বান্ধি
আহিছোঁ তোমাৰ কাষলৈ
যদিও এইয়া তোমাৰ
অন্তোষ্টিক্ৰিয়া,,,,
হালধীয়াত সেউজীয়া বিচাৰি
আজি অসীমত ,,,,,,
আবেলিৰ কাঁচিয়লি ৰ'দ,,,,,,
দিগন্তত ডুবু ডুবু
তামৰঙী আকাশৰ তলত
এখন পৃষ্ঠাৰ সামৰণি,,,,,
তুমি মোৰ হোৱা ,,,,
মই তোমাৰ হম
সোঁৱৰণী হেলেকাত
থাকি যাব এটা মধুৰ স্মৃতি😊😊
আৰু তাৰেই আজি
উপস্থিত দিনটো ,,,,,,,,,,,,,,,,,,,
দিবলৈ একো নাই আজি
আগৰ দৰেই হেঁচুকা কলিজাখন
লৈ জিৰাই আছিলোঁ
দুবাহুত হাত থৈ,,,,,,,,,,
আজি তাতে আকৌ
দিশসাৰ সেই
অন্ধ পথিক🖤✨সীমান্ত

শিৰোনামা_বিহীন_অনুভৱ
ওম এনেকৈয়ে তেওঁৰ মোৰ প্ৰতি অৱহেলাবোৰ বাঢ়িছিল,লাহে লাহে মেছেজবোৰ চুটি হৈছিল,দূৰত্ব বোৰ বাঢ়িছিল।সম্পৰ্কত ফাট মেলিছিল তৃতীয় পক্ষৰ আগমন ঘটিছিল।
আৰু এদিন
:শুনা চোন
তেওঁ অনলাইন আছিল বহুপৰ মূৰত তেওঁৰ সহাৰি আহিছিল।মই ৰৈ আছিলো মাথো।মই বুজি উঠিছিলো বহু কথাই তেওঁৰ ব্যৱহাৰৰ পৰা।
:ওম কোৱা
:আজি কালি কথা নপতাই হ'লা দেখোন।
:নাই সময় পোৱা নাছিলো।
মই এইবাৰ খুব অসহ্য হৈ কলো
:সময় পোৱা নাই নে আতৰি যোৱাৰ অযুহাত বিচৰাত ব্যস্ত
নিশা ১২ বজালৈ ৰৈ থাকিলো তেওঁৰ পৰা উত্তৰ নাপালো।ৰুম মেট এটিয়া ভৰ টোপনিত এবাৰ দৰ্জাখন খুলি বাহিৰলৈ আহিব খুজিছিলো,নাই নাহিলো দৰ্জাৰ শব্দত অন্যবোৰৰ টোপনি ভাঙিব।চকুত পৰিছিল লগৰ জনৰ টেবুলৰ ওপৰত থকা চিগাৰেটৰ পেকেট তোৰ ওপৰত। এবাৰ ভাবিছো ধোঁৱাবোৰৰ সতে নিজক বিলীন কৰো।নাই সেয়াও মনে নকলে।আকৌ এবাৰ তেওঁৰ মেছেজবোৰ পঢ়িছো এটিয়া তেওঁ অফলাইন মোৰ মেছেজৰ কোনো সহাৰি নাই।হয়তু তেওঁ অন্য কাৰোবাৰ সপোনত মাতাল মছগুল।কিবা কিবি লিখিছিলো চকু পানীয়ে অস্পষ্ট কৰি টুলিছিল মেছেজবোৰ।হাত খন কপিব ধৰিছিল।Good by মেছেজটো লিখিব পৰা নাই মই।কিবা এক বুজাব নোৱাৰা বিষাদে বুকুখন কপাইছে।মেছেজবোৰ পথাই তেওঁক ব্লক কৰিছো।মোবাইলটো বিচনাৰ কোনোবা এটা কোনত দলিয়াই দিছো।বিচনা খনত মই বাগৰ দিছো।ভৰিখনো কপিছিল থিয় হৈ থকাৰ ধৈৰ্য্য মোৰ নোহোৱা হৈছিল।চিঞৰি কান্দিবৰ মন গৈছিল নাই নোৱাৰো।শিতানৰ গাৰুটি মুখত সোপা দি মাত্ৰ ফেকুৰিছ

প্ৰথমে নিজৰ ওপৰত শ্ৰদ্ধা আৰু বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে আনৰ প্ৰতি শ্ৰদ্ধা ৰাখিব পাৰিবা।
হৃদয় নামৰ পৃষ্ঠাটিত এটি কবিতা লিখিব ধৰিছো☺️❤️ যাৰ শীৰ্ষক তুমি...যাৰ অন্তও তুমি

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
November 21, 2023 1,700 -1 -0.1%
October 31, 2023 1,701 +4 +0.3%
October 22, 2023 1,697 +5 +0.3%
October 13, 2023 1,692 +12 +0.8%
October 05, 2023 1,680 +4 +0.3%
September 27, 2023 1,676 +6 +0.4%
September 20, 2023 1,670 -4 -0.3%
September 13, 2023 1,674 +10 +0.7%
September 06, 2023 1,664 -3 -0.2%
August 30, 2023 1,667 -4 -0.3%

Charts

Member of

More Clubhouse users