সৰু ছোৱালী on Clubhouse

Updated: May 23, 2024
সৰু ছোৱালী Clubhouse
88 Followers
97 Following
@250223 Username

Bio

(প্ৰথম তুমি মোৰ হৃদয়ৰ আবেগ, ভালপোৱা তুমিয়ে শিকালা এনেকৈ দিয়া সদায় মৰবোৰ আলফুলে চিৰজীৱন তোমাৰেই সাহস হৈ ৰ'ম আজীৱন তোমাকে ভাল পাই যাম তুমি মোৰ উশাহত বিলীন তুমি মোৰ তেজে তেজে শিৰাই শিৰাই জগাই দিলা মিঠা প্ৰেমৰ শিহৰণ


প্ৰেমত কেতিয়াও তুলনা নাথাকে প্ৰেম তুলনা বিহীন..
যি প্ৰেমক,তুলনা কৰে তেওঁ প্ৰেমৰ অৰ্থ বুজি নাপায়..
ভালপোৱা কেতিয়াও জোৰেৰে নহয়
ভালপোৱাবোৰ আঁতৰৰ পৰা চাইয়ে ভাল লাগে।
জেনেকৈ আছে তেনেকৈয়ে থাকিব দিব লাগে..
অজুৰি আনি ভালপোৱা লগত ৰাখিব বিচাৰিলে ভালপোৱা মৰহি যায়..
কাৰোবাৰ হাতত ধৰি বহুদূৰ আগুৱাই যোৱাৰ পাছত হঠাৎ তেওঁ হাতখন এৰি দিলে সেই মুহূৰ্তত অনুভৱ হোৱা শূন্যতাখিনি জীৱনৰ পৰা কোনোবা এজন নোহোৱা হৈ গ'লেও অনুভৱ নহয়।।
মানুহে কয়, জীৱনৰ পৰা কোনোবা এজন নোহোৱা হৈ গলে জীৱনটো ৰৈ নাযায়.. কিন্তু, এইটো কোনেজ নুবুজে যে সেই জনৰ ঠাই টুকুৰা সদায় খালি হৈ থাকি যায়।
হাজাৰ জনৰ আগমনেও সেই বিশেষ ঠাই টুকুৰা পূৰাবলৈ নোৱাৰে।।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
May 23, 2024 88 +7 +8.7%

Member of

More Clubhouse users