°᭄MIKI★ . on Clubhouse

Updated: Dec 29, 2023
°᭄MIKI★ . Clubhouse
334 Followers
358 Following
@14365434 Username

Bio

MINE = 💕

জীৱনৰ প্ৰতিটো খোজতে অনুভৱ কৰোঁ কাৰোবাৰ সহাঁৰি,,,,, মনত প্ৰশ্ন হয় কোন তেওঁ,? জীৱনৰ প্ৰতিটো মন্তনাময়, মহূৰ্তেই মোৰ উপলদ্ধি হয় তেওঁৰ সহযোগিতা,,, জীৱনত যেতিয়াই মোক অবুজ ভৱনাই আৱৰি ধৰে তেতিয়া মই উপলদ্ধি কৰোঁ তেঁওৰ সহানুভূতি,,,,, প্ৰতিটো মূহোতেই কিয় মই তেওঁৰ সঁহাৰি সহযোগিতা আৰু সহানুভূতি অনুভৱ কৰোঁ,,, বিশাল নীলা আকাশলৈ চাই নিজকে প্ৰশ্ন কৰোঁ,,, তেঁও মোৰ কোনোবা আপোন নেকি,?,,, আকৌ,,,,,,,,,, ভাবো,,, যদি তেওঁ মোৰ কোনোবা আপোন তেন্তে কিয় মই তেঁওক দেখা নাপাওঁ?,, কিয় মই তেঁওক স্পৰ্শ কৰিব নোৱাৰোঁ,,?, ,,,,আকৌ,,,,,,,,,,,নিজকে, প্ৰশ্ন কৰোঁ এয়া মোৰ নিদৰা বিহীন সপোন নেকি,,,,?🇮🇳

Member of

More Clubhouse users