মাধুৰ্য্য বৰ গগৈ on Clubhouse

Updated: Oct 5, 2023
মাধুৰ্য্য বৰ গগৈ Clubhouse
17 Followers
36 Following
@12dhunu Username

Bio

🔥🔥 যান্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ 🔥🔥
"শিৱসাগৰীয়ান"
অসংখ্য অনুভৱৰ অনিধিগম্য অৱতাৰণ-------
আৱেগৰ অভিধানত অৱহেলাৰ অভাৱ,আজন্ম আকাংক্ষাৰ অস্থিৰ অনুভৱ,অনুমতিবিহীন অনুভূতিৰ আহ্লাদিত আৱাহন,অফুৰন্ত আশাত আৱদ্ধ অনিশ্চিয়তাৰ আঁচোৰ। অপ্ৰকাশিত অযুত অনুৰাগ,অপূৰ্ণতাৰ অজুহাতে আঁতৰাই অনাৰ অৱকাশ।অকাৰণে অশ্ৰুসিক্ত আচ্ছাদন,অসফল অভিসন্ধিৰ অব্যক্ত আলেখ্য! অসম্ভৱ আন্ধাৰে আৱৰিলে আপোনতা,অবুজন অভিমানে আঁৰিলে অভিযোগৰ আখৰা,অক্লান্ত আকৰ্ষণ আজিও অপেক্ষাৰত।।

Last 10 Records

if the data has not been changed, no new rows will appear.

Day Followers Gain % Gain
October 05, 2023 17 -4 -19.1%
November 02, 2022 21 -1 -4.6%
July 21, 2022 22 +1 +4.8%
March 30, 2022 21 -1 -4.6%
January 31, 2022 22 -1 -4.4%
December 25, 2021 23 +3 +15.0%

Charts

Member of

More Clubhouse users