👉কেতিয়াবা ভাবো, তুমি বাত চাই ৰোৱা সেই
বাটৰুৱা জন মই হোৱা হলে ,
আৰু তুমি দেখি ভাল পোৱা সেই সপোনটোত
আহিবলৈ বৰকৈ মন যায়,
আৰু মন যায় এবাৰৰ বাবেও তোমাৰ সেই
মিছিকিয়া হাঁহি টোৰ কাৰণ টি মই হবলৈ।
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⣀⣀⡀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⢀⣀⣀⠀
⢾⣿⣿⣿⣿⣶⣤⡀⠀⠀⠀⠀⠀⠀⠀⠀⠄⠀⣀⣴⣶⣿⣿⣿⣿⡇
⠈⢿⣿⣿⣿⡛⠛⠈⠳⣄⠂⠀⠀⠀⠀⠀⣠⠞⠉⠛⢻⣿⣿⣿⡟⠀
⠀⠸⣿⣿⣿⠥⠀⠀⠀⠈⢢⠀⠀⠀⠀⡜⠁⠀⠀⠀⢸⣿⣿⣿⠁⠀
⠀⠀⣿⣿⣯⠭⠤⠀⠀⠀⠀⠃⣰⡄⠌⠀⠀⠀⠀⠨⢭⣿⣿⣿⠀⠀
⠀⠀⠹⢿⣿⣈⣀⣀⠀⠀⠠⢴⣿⣿⡦⠀⠀⠀⣀⣈⣱⣿⠿⠃⠀⠀
⠀⠀⠀⢠⣾⣿⡟⠁⠀⠀⠀⠀⣿⣏⠀⠀⠀⠀⠘⣻⣿⣶⠀⠀⠀⠀
⠀⠀⠀⢸⣿⣿⢂⠀⠀⠀⠀⠘⢸⡇⠆⠀⠀⠀⢀⠰⣿⣿⠀⠀⠀⠀
⠀⠀⠀⠈⣿⣷⣿⣆⡀⠀⠀⠁⠈⠀⠠⠀⠀⢀⣶⣿⣿⠏⠀⠀⠀⠀
⠀⠀⠀⠀⠘⣿⣿⣿⣷⣴⡜⠀⠀⠀⠀⣦⣤⣾⣿⣿⡏⠀⠀⠀⠀⠀
⠀⠀⠀⠀⢀⡿⠛⠿⠿⠛⠁⠀⠀⠀⠀⠘⠿⠿⠿⠿⢧⠀⠀⠀⠀⠀
⠀⠀⠀⠀⣾⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠘⣧⠀
👉তুমি যদি সাতুৰিব জা'না তেনেহলে এ'বাৰ সাতুৰি
ছাবা মোৰ হৃদয়ৰ লুইত খনিত ,
য'ত তোমাৰ বাবে মৰম বোৰ
কেনেকৈ উঠলি আছে
তাতে তোমাৰ হৰিণী ছাৱনিয়ে
ইয়াক আৰু চঞ্চল কৰি তোলে।
এতিয়া আছো কেৱল তোমাক লগ পোৱা সেই
ভাল লগা আবেলি টোৰ ম্সৃতিকে সোঁৱৰি
⠀⠀⢀⡀⢤⢀⣀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
⠀⡔⣁⠴⣚⣷⣦⣵⣄⣀⣀⣀⡀⠀⠀⠀⠀⠀⠀⠀⠀
⢸⣬⠿⠿⠙⠛⠉⣿⡿⠒⣻⣷⡮⡱⡄⠀⠀⠀⠀⠀⠀
⢠⠟⠉⣩⣶⢨⠉⠹⢯⠭⠾⠛⣆⣿⡿⠀⠀⠀⠀⠀⠀
⠀⠙⢂⠐⢁⡑⢐⡞⠙⠂⠠⡄⢸⢾⠇⠀⠀⠀⠀⠀⠀
⠀⠠⠊⠑⠶⠖⠉⠳⡄⢁⣀⣀⣾⡿⠀⠀⠀⠀⠀⠀⠀
⠀⡇⡇⠀⠀⠀⠀⡇⣎⠀⢁⡙⣿⣇⠀⠀⠀⠀⠀⠀⠀
⠀⢣⢡⠀⠀⠀⢠⣧⠉⠋⠬⡜⠘⠙⠀⠀⠀⠀⠀⠀⠀
⠀⠈⠈⡆⢠⠀⡎⣈⣀⣀⠀⠇⠀⠀⠀⠀⠀⠀⠀⠀⠀
⠀⠀⠀⠰⡘⣰⠀⢰⣧⠇⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
⠀⠀⠀⠀⠁⠀⠀⠀⠈⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
⠀⠀⠀⠚⠓⠒⠚⠒⢒⠒
⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀⠀
👉সেই স্মৃতিকেই লৈ , ৰৈ আছো তোমাৰ অপেক্ষাত
এতিয়া যে তোমাৰ অপেক্ষাই
মোৰ জীবন আৰু
জীৱন মানেই তো .. ......তুমি ......... মাথো তুমি...................!!!!!!
ᑭᒪᘔ ᒍOIᑎ Tᕼᗴ ᑭᗩᘜᗴ 🥰:
ᘜIᐯᗴ ᖇՏᑭᑕT TᗩKᗴ ᖇՏᑭᑕT 😘:
ᒪOᐯᗴ YOᑌ ᗩᒪᒪ ❤️:
Day | Members | Gain | % Gain |
---|---|---|---|
July 01, 2024 | 228 | +1 | +0.5% |
March 23, 2024 | 227 | +1 | +0.5% |
February 02, 2024 | 226 | -1 | -0.5% |
December 19, 2023 | 227 | 0 | 0.0% |
November 08, 2023 | 227 | 0 | 0.0% |
October 08, 2023 | 227 | 0 | 0.0% |
September 09, 2023 | 227 | 0 | 0.0% |
August 11, 2023 | 227 | 0 | 0.0% |