♡হাহিঁৰ খোৰাক♡ on Clubhouse

♡হাহিঁৰ খোৰাক♡ Clubhouse
171 Members
Updated: Mar 23, 2024

Description

❌🤬𝙉𝙊 𝙎𝙇𝘼𝙉𝙂🤬❌

✪𝙳𝙾𝙽'𝚃 𝚄𝚂𝙴 𝚂𝙻𝙰𝙽𝙶🙏 𝚈𝙾𝚄 𝚆𝙸𝙻𝙻 𝙱𝙴 𝚁𝙴𝙼𝙾𝚅𝙴 𝙵𝚁𝙾𝙼 𝚁𝙾𝙾𝙼🚫
1.Club Rules: কোনেও যাতে অন্য ঘৰৰ কথা বা অন্য ক্লাবৰ কথা আমাৰ এইখন ঘৰৰ মজিয়াত আলোচনা নকৰেযেন!

ADMIN আৰু MODERATOR সকলৰ কথা সকলোৱে মানি চলিব লাগিব!
2.Rules: কিবা কব লগা থাকিলে মাইকটো Bling কৰিব!আমি সকলোৱে মিলি আমাৰ সকলোৱে মৰমৰ হাহিঁৰ খোৰাক( Hahi khurak)এই ঘৰখনক জাকত-জিলিকা কৰি আগবঢ়াই নিবলৈ একতাবদ্ধ হব লাগিব!
3.Rules: অনাহকত অদৰকাৰত কোনেও কাকো ব্যক্তিগত কাৰণত ব্যক্তিগতভাৱে বাৰ্তা(Message)প্ৰেৰণ কৰি প্ৰাইভেত ৰুমত মাতি হাৰাহাস্তি নকৰিব! ধন্যবাদ জয় আই অসম

Charts

Some Club Members

More Clubs