গানে কি আনে-season1 on Clubhouse

গানে কি আনে-season1 Clubhouse
1.7k Members
Updated: Mar 24, 2024

Description

জুবিন দাৰ গীতৰ আধাৰত ---
*গানে কি আনে* *SESSION 1*
প্ৰথমবাৰৰ বাবে *Clubhouse app* ৰ মাধ্যমেৰে এক সংগীতৰ মহাৰণ

প্ৰতিযোগিতাৰ নিয়মাৱলী সমূহ এনেধৰনৰ-------
১/ জুবিন দাৰ যিকোনো গীতৰ স্থায়ী ৰ সৈতে এটা অন্তৰা পৰিবেশন কৰিব লাগিব (কোনো ধৰনৰ বাদ্য যন্ত্ৰ তথা আৱহ সংগীত থাকিব নোৱাৰিব)
২/প্ৰতিযোগিতাৰ বাবে নিজৰ নাম সমূহ ৩১ জুলাইৰ বিয়লি ২বজালৈ দিব পাৰিব। ২বজাৰ পিছত কোনো নাম গ্ৰহনযোগ্য নহ'ব।
৩/ প্ৰতিযোগীৰ বয়স ১৬ বছৰৰ উৰ্ধৰ হ'ব লাগিব।
৪/প্ৰতিযোগীৰ internet সংযোগ দ্ৰুত হ'ব লাগিব অন্যথা প্ৰতিযোগিতাত অসুবিধাৰ সন্মুখীন হ'লে তেওঁক skip কৰা হ'ব ।
৫/বিজয়ী তিনি গৰাকী ঘোষণা কৰা হ'ব -প্ৰথম(মান পত্ৰ ও ট্ৰফি) ও record a song( free of cost), দ্বিতীয় (মান পত্ৰ ও ট্ৰফি)আৰু তৃতীয় স্থান(মান পত্ৰ ও ট্ৰফি)।

৬/প্ৰথম স্থান প্ৰাপ্ত প্ৰতিযোগী জনে লাভ কৰিব "GK BROTHERS PRODUCTION " ৰ তৰফৰ পৰা বিনামূলীয়াকৈ এটি গীতত কণ্ঠ নিগৰুৱাৰ সুযোগ।

৮/ যোগাযোগৰ ঠিকনা --
8724989046 / 9101160886

Last 30 Records

Day Members Gain % Gain
July 10, 2023 1,773 0 0.0%
June 17, 2023 1,773 -6 -0.4%
March 16, 2023 1,779 -21 -1.2%
July 19, 2022 1,800 +100 +5.9%
June 23, 2022 1,700 -100 -5.6%
June 09, 2022 1,800 +100 +5.9%
May 07, 2022 1,700 -100 -5.6%
March 11, 2022 1,800 +25 +1.5%
November 19, 2021 1,775 +1 +0.1%
November 17, 2021 1,774 +1 +0.1%
November 16, 2021 1,773 -3 -0.2%
November 14, 2021 1,776 +16 +1.0%
November 12, 2021 1,760 -2 -0.2%
November 01, 2021 1,762 -1 -0.1%
October 31, 2021 1,763 +2 +0.2%
October 30, 2021 1,761 +3 +0.2%
October 29, 2021 1,758 +3 +0.2%

Charts

Some Club Members

More Clubs