༄╬অভিমানী মন❣️.✓࿐ on Clubhouse

༄╬অভিমানী মন❣️.✓࿐ Clubhouse
1.4k Members
Updated: Mar 18, 2024

Description

꧁𝐖𝐄𝐋𝐂𝐎𝐌𝐄 𝐓𝐎 𝐎𝐔𝐑 𝐂𝐋𝐔𝐁꧂

1⃣‌‌প্ৰথম ভালপোৱা দ্বিতীয় ভাল পোৱা বুলি কোনো কথা নাই,যাক পোৱাৰ পাছত আন কাৰোবাক ভাল পাবলৈ মনে নকই সেয়াই ভাল পোৱা✓

2⃣তুমি মোক ভাল পোৱানে নোপোৱা সেয়া মোৰ বিষয় নহয় মই তোমাক ভালপাও সেয়াই মোৰ আনন্দ✓

3⃣প্ৰেম এক এনেকুৱা অনুভূতি যত সকলো ভাল লাগে, সুখও ভাল লাগে দুখও ভাল লাগে হাঁহিও ভাল লাগে কান্দিও ভাল লাগে যিটো অনুভূতি প্ৰেমত নপৰাজনে অনুভৱ কৰিব নোৱাৰে✓

4⃣ এটাই কথা জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজত ও মোৰ বাবে অলপ সময় উলিয়াৱাই ✓

5⃣ যিবিলাক মানুহে আনে কিবা এটা কৰা দেখিলে হাঁহে সেইবিলাক মানুহে জীৱনত একো কৰিব নোৱাৰে✓

✰✰✰𝑼𝒏𝒅𝒆𝒓𝒔𝒕𝒂𝒏𝒅 𝑳𝒐𝒗𝒆, 𝑷𝒊𝒄𝒌 𝑻𝒉𝒆 𝑺𝒊𝒈𝒏𝒔 𝑵𝒐𝒕 𝒆𝒗𝒆𝒓𝒚𝒐𝒏𝒆 𝒊𝒔 𝒂𝒃𝒍𝒆 𝒕𝒐 𝒆𝒙𝒑𝒓𝒆𝒔𝒔 𝒕𝒉𝒆𝒊𝒓 𝒇𝒆𝒆𝒍𝒊𝒏𝒈𝒔 𝒐𝒖𝒕 𝒍𝒐𝒖𝒅, 𝑩𝒖𝒕 𝒅𝒐𝒏'𝒕 𝒎𝒊𝒔𝒔 𝒕𝒉𝒆 𝒘𝒂𝒚 𝒕𝒉𝒆𝒚 𝒍𝒐𝒐𝒌 𝒊𝒏𝒕𝒐 𝒚𝒐𝒖𝒓 𝒆𝒚𝒆𝒔 𝒘𝒊𝒕𝒉𝒐𝒖𝒕 𝒂 𝒔𝒐𝒖𝒏𝒅.'𝑪𝒐𝒛 𝒕𝒉𝒆𝒊𝒓 𝒆𝒚𝒆𝒔 𝒘𝒊𝒍𝒍 𝒕𝒆𝒍𝒍 𝒚𝒐𝒖 𝒂𝒍𝒍 𝒕𝒉𝒐𝒔𝒆 𝒕𝒉𝒊𝒏𝒈𝒔 𝒕𝒉𝒂𝒕 𝒕𝒉𝒆𝒊𝒓 𝒍𝒊𝒑𝒔 𝒄𝒂𝒏𝒏𝒐𝒕,𝑪𝒍𝒐𝒔𝒆 𝒚𝒐𝒖𝒓 𝒆𝒂𝒓𝒔,𝒍𝒊𝒔𝒕𝒆𝒏 𝒘𝒊𝒕𝒉 𝒚𝒐𝒖𝒓 𝒆𝒚𝒆𝒔, 𝒍𝒂𝒕𝒆𝒓 𝒅𝒐𝒏'𝒕 𝒔𝒂𝒚 '𝒚𝒐𝒖𝒓 𝒇𝒐𝒓𝒈𝒐𝒕✰✰✰

❀✫ 𝐎𝐖𝐍𝐄𝐑--𝄟✮⃝সপোন♪গগৈ᭄࿐

✬✬✬✬✬𝐆𝐔𝐘𝐒 𝐃𝐎 𝐉𝐎𝐈𝐍 𝐓𝐇𝐈𝐒 𝐂𝐋𝐔𝐁 𝐀𝐍𝐃 𝐈𝐍𝐕𝐈𝐓𝐄 𝐘𝐎𝐔𝐑 𝐅𝐑𝐈𝐄𝐍𝐃𝐒✬✬✬✬✬
01.: আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়_🙏
02.: জীৱনসংগী ধুনীয়া নহয়, সঁচা হব লাগে,

যাক মই চকু মুদি বিশ্বাস কৰিব পাৰো।
03.: ভালপোৱা মানে সন্মান, শ্রদ্ধা, বিশ্বাস,

আৰু এবুকু মৰম যদি কাৰোবাক

ভাল পোৱা তেতিয়াহলে মন প্ৰাণ দি ভাল পাবা।

Last 30 Records

Day Members Gain % Gain
March 18, 2024 1,450 +4 +0.3%
January 27, 2024 1,446 0 0.0%
December 14, 2023 1,446 +3 +0.3%
November 04, 2023 1,443 +8 +0.6%
October 05, 2023 1,435 +3 +0.3%
September 05, 2023 1,432 +388 +37.2%

Charts

Some Club Members

More Clubs