যদি জীবনৰ ৰংবোৰে on Clubhouse

যদি জীবনৰ ৰংবোৰে Clubhouse
363 Members
Updated: May 21, 2024

Description

জীৱনটো সহজ হৈ পৰিব, যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা Negative মানুহ খিনিক

Delete কৰি দিবা।

বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন জীৱনলৈ

সময় থাকোতেই গুৰুত্ব দিবলৈ শিকা।

সপোন বোৰে কেতিয়াওঁ বেইমানি নকৰে,

বেইমানি কৰে কেৱল

সপোন দেখুওৱা মানুহ বোৰেহে।



বিশ্বাসঘাটক জনক পাৰিলে

ধন্যবাদ দিয়ক!

কাৰণ তেওঁৰ বাবে আপুনি  মানুহ চিনিব

পৰাত সুবিধা হ'ল।

সাধাৰনতে বিশ্বাসঘাতকতা সেইবোৰ মানুহেই কৰে,

 যিবোৰৰ মুখত অনবৰত মাত্র এটাই কথা থাকে

প্লিজ বিশ্বাস কৰানা।

জীৱনত সুখী থকাৰ এটাই মন্ত্র

বিশ্বাস নিজৰ ওপৰত ৰখা, 

লােকৰ ওপৰত নহয়।
এটা কথা মনত ৰাখিব,
আমাক সেইসকল মানুহেহে ঠগে যিসকলক
আমি বহুত বিশ্বাস কৰোঁ।
👉অশ্লীল শব্দ ব্যৱহাৰ নকৰিব।: ১.কোনোবা ব্যক্তিয়ে অশ্লীল শব্দ ব্যৱহাৰ কৰিলে Room ৰ পৰা Remove কৰা হ'ব।
👉কোনো ব্যক্তিয়ে যাতে হায়-কাজিয়াৰ সৃষ্টি নকৰে।: ১.কোনো ব্যক্তিয়ে যাতে হায়-কাজিয়াৰ সৃষ্টি নকৰি ভালদৰে Roomত সহযোগ কৰে।
👉আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়।: জয় আই অসম ❤❤❤

Last 30 Records

Day Members Gain % Gain
May 21, 2024 363 0 0.0%
March 02, 2024 363 0 0.0%
January 12, 2024 363 0 0.0%
November 29, 2023 363 0 0.0%
October 25, 2023 363 0 0.0%
September 25, 2023 363 0 0.0%
August 26, 2023 363 0 0.0%

Charts

Some Club Members

More Clubs