নিয়ৰৰ টোপাল on Clubhouse

নিয়ৰৰ টোপাল Clubhouse
740 Members
Updated: Mar 19, 2024

Description

𝗪𝗲𝗹𝗰𝗼𝗺𝗲 𝘁𝗼
💎নিয়ৰৰ টোপাল💎

💫✨🅾🆆🅽🅴🆁 🅾🅵 🆃🅷🅴 🅲🅻🆄🅱✨💫
🎀 𝙍𝙪𝙢𝙖 🎀

✳⚛ 🎀 “Respect yourself and others will respect you.” 💕 🎀 ⚛✳


‘ নিজৰ সত্যতাক প্ৰমাণ কৰিবলৈ
বেলেগৰ ওচৰত কেতিয়াও
ক্ষমাৰ ভিক্ষা নুখুজো মই ’

অকল কাপোৰেই নহয়,
চিন্তা ভাৱনাবোৰো ব্ৰেণ্ডেড হোৱাটো প্ৰয়োজন ’

“জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক, মানুহৰ পছন্দ সময়ে সময়ে সলনি হৈ থাকে।”

“বিশ্বাস হ’ল এনেকুৱা এটা শব্দ, যিটো পঢ়িবলৈ এক ছেকেণ্ড, ভাবিৱলৈ এক মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়।”

“ভাল মানুহ হবলৈ যত্ন কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব।”

“সকলো মানুহৰে কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়।”

“সৰুতে আমাৰ হাতত ঘড়ী নাছিল তথাপিও অফুৰন্ত সময় আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কৰো নাই।”

অতীত ভয়ংকৰ হব পাৰে
কিন্তু সঠিক মানুহৰ লগত জীৱনটো আৰম্ভ কৰিলে
বর্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব।

Last 30 Records

Day Members Gain % Gain
March 19, 2024 740 0 0.0%
January 29, 2024 740 +1 +0.2%
December 15, 2023 739 +1 +0.2%
November 05, 2023 738 -2 -0.3%
October 06, 2023 740 -1 -0.2%
September 06, 2023 741 -1 -0.2%
August 08, 2023 742 -1 -0.2%

Charts

Some Club Members

More Clubs