পাইও হেৰুৱালো তোমাক on Clubhouse

পাইও হেৰুৱালো তোমাক Clubhouse
115 Members
Updated: May 12, 2024

Description

বিচৰা প্ৰিয় জনক পোৱাৰ সৌভাগ্য সকলোৰে নাথাকে
কিছুমান বাধ্যত পৰি আঁতৰি যায় আৰু আন কিছুমানে নতুন কাৰোবাক বিচাৰি পায় 💔


জীৱনত এনে কোৱা এজন সংগী লাগে
যাৰ কোলাত মূৰ থৈ সকলো দুখ পাহৰি যাব পাৰি
এনে কোৱা এজন সংগী লাগে
যাৰ ওপৰত বিশ্বাস কৰি
দুচকু মুদি খোজ দিব পাৰি
মৰমবোৰ চাগে এনেকুৱাই
সৰু সৰু খং
প্ৰেম নামৰ সজাত আবদ্ধ দুটি মন 🙂❤

Last 30 Records

Day Members Gain % Gain
May 12, 2024 115 0 0.0%
February 22, 2024 115 +1 +0.9%
January 07, 2024 114 0 0.0%
November 24, 2023 114 0 0.0%
October 21, 2023 114 0 0.0%
September 21, 2023 114 0 0.0%
August 23, 2023 114 0 0.0%

Charts

Some Club Members

More Clubs