চাওলুং চুকাফা on Clubhouse

চাওলুং চুকাফা Clubhouse
64 Members
Updated: Mar 21, 2024

Description

চাওলুং চুকাফা (ইংৰাজী: Sukapha, ৰাজত্বকাল: ১২২৮-১২৬৮) মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ,[1] আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। মং মাও[2]ৰ শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে। এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে। সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব। এনে কাৰণতে তেওঁৰ নামৰ আগত চাওলুং (চাও: ঈশ্বৰ, লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে।

Last 30 Records

Day Members Gain % Gain
March 21, 2024 64 0 0.0%
January 31, 2024 64 +1 +1.6%
December 17, 2023 63 0 0.0%
November 07, 2023 63 0 0.0%
October 07, 2023 63 0 0.0%
September 07, 2023 63 0 0.0%
August 10, 2023 63 0 0.0%
July 08, 2023 63 0 0.0%
June 16, 2023 63 -2 -3.1%
March 15, 2023 65 0 0.0%
October 23, 2022 65 -1 -1.6%
September 30, 2022 66 -1 -1.5%
August 26, 2022 67 -1 -1.5%
July 12, 2022 68 -1 -1.5%
April 02, 2022 69 -1 -1.5%
March 26, 2022 70 +1 +1.5%
March 11, 2022 69 -4 -5.5%
November 23, 2021 73 -1 -1.4%
November 20, 2021 74 -2 -2.7%

Charts

Some Club Members

More Clubs