ৰাতিৰ নিজানত
Headphone আঁৰত বহু আৱেগ 😶🌫
শব্দহীন সপোনবোৰ
উবুৰিখাই পৰেহি দুৱাৰডলিত 🤦🏻♂️
ৰিব,ৰিব, বতাহত নাচি থকা কঁহুৱাৰ নাচোনত
বাৰে বাৰে থমকি ৰব খোজে স্ৰোতস্বিনীৰ স্ৰোত ৷🤦
আজি আকৌ এটি দিনৰ
অন্ত পৰিল, নামিল অন্ধকাৰ নিশা তথাপি তৰা ওলোৱা আকাশত প্ৰাণ পাই আছে মোৰ সপোনে,✊🏿
ক্ষুদ্ৰ জীৱ আমি যিখিনি দিঠকত বিচাৰি নাপাওঁ সেইখিনি ভাৱনাত বিচাৰি সুখী হব চেষ্টা কৰোঁ 🧚🏻♂️
| Day | Members | Gain | % Gain | 
|---|---|---|---|
| June 24, 2024 | 190 | 0 | 0.0% | 
| March 19, 2024 | 190 | 0 | 0.0% | 
| January 29, 2024 | 190 | 0 | 0.0% | 
| December 15, 2023 | 190 | 0 | 0.0% | 
| November 05, 2023 | 190 | 0 | 0.0% | 
| October 06, 2023 | 190 | 0 | 0.0% | 
| September 06, 2023 | 190 | 0 | 0.0% | 
| August 09, 2023 | 190 | -1 | -0.6% |