💕অনুৰাগ 💕তোমাৰ বাবে 💕
💕অনুভুতি তোমাৰ বাবে💕
💕তোমাৰ💕 দুবাহুতে💕
💕সুখ মোৰ জীৱনৰে💕
💕শৰীৰৰ 💕শিৰে শিৰে 💕
💕বৈ আছা তুমি।।💕
💕দেহৰ ভাঁজে 💕ভাঁজে💕
💕কলিজাৰ আঁহে আঁহে…💕
💕অনুৰাগ তোমাৰ💕 বাবে💕
💕অনুৰাগ তোমাৰ বাবে 💕
💕অনুভুতি 💕তোমাৰ বাবে💕
💕তোমাৰ দুবাহুতে💕
💕সুখ মোৰ💕 জীৱনৰে💕
💕শৰীৰৰ শিৰে শিৰে 💕
🏵️বৈ আছা💗 তুমি।।🏵️
-
🏵️অজানা অনুভুতি💗দেহে-মনে মোৰ🏵️
🏵️অচিনা আকুলতাই💗 মোক কৰে জুৰ🏵️
🏵️প্ৰেমবোৰ যেন💗 এক নদী🏵️
🔆বৈ আছে💓 সদায়ে 🔆
🔆নীৰৱ💓 হীন 🔆
🔆আৱাহন💓 তোমাৰে🔆
🔆আহুতি💓 তোমাৰে।।🔆
-
🔆অজানা দিঠকতে 💓সপোনৰে চৈ🔆
🔆আশাৰ পদুম কলি 💓শেতেলিতে লৈ🔆
🔆কি যে 💓এই মায়া 🔆
🔆দিনে নিশাই💓 ভাৱনা🔆
🔆তোমাৰেই💓 ...🔆
🔆আৰাধনা 💓অবিৰত 🔆
🔆বহু ৰাগী 💓অহৰহ।।🔆
💞💞তোমাৰ প্ৰীয়তম💞💞
💞💞❥⃟⚘অনুৰাগিনী᭄⚘ পোৱালি💞💞
1ᏢᏝᏃ ʝσιη тнє ραgє 😘: JOIN THE PAGE
2gινє яѕρ¢т тαкє яѕρ¢т🥰: FOLLOW TO FOLLOW BACK
3ℓσνє уσυ all😘: Love you 😘😘
Day | Members | Gain | % Gain |
---|---|---|---|
July 02, 2024 | 126 | +1 | +0.8% |
March 23, 2024 | 125 | 0 | 0.0% |
February 02, 2024 | 125 | 0 | 0.0% |
December 19, 2023 | 125 | 0 | 0.0% |
November 08, 2023 | 125 | 0 | 0.0% |
October 09, 2023 | 125 | 0 | 0.0% |
September 09, 2023 | 125 | 0 | 0.0% |
August 11, 2023 | 125 | -1 | -0.8% |