❖বিৰহ-मुक्ति❖ on Clubhouse

❖বিৰহ-मुक्ति❖ Clubhouse
222 Members
Updated: Mar 13, 2024

Description

নমস্কাৰ🙏
সকলোকে আমাৰ এই সৰু পৰিয়াল টো লৈ স্বাগতম জনাইছোঁ 😊
আমি সকলোৱে লগ হৈ এখন সুন্দৰ সমাজ গঢ়ি তুলিব চেষ্টা কৰিম ৷ অন্তৰংগ বাৰ্তালাপ ৰ লগতে গীত,কবিতা,নাটক আদিয়ে এই গ্ৰুপটো আগুৱাই নিবলৈ চেষ্টা কৰিম ৷ লগতে আপোনালোক ও আমাৰ লগত থাকি আমাক সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ ৷
আৰু এটা অনুৰোধ জনালোঁ যে এই গ্ৰুপত আহি কোনো কাকো বেয়া কথা,বেয়া ব্যৱহাৰ নকৰে যেন ৷
ধন্যবাদ
১ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় 🙏: এই গ্ৰুপটো কোনো কাকো বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৷যদি কোনোবাই অসভ্য আচৰণ কৰে তেওঁক গ্ৰুপৰ পৰা উলিয়াই দিবলৈ বাধ্য হম৷
২: এই গ্ৰুপট সোমাই কোনোধৰণৰ কাজিয়া সৃষ্টি কৰিব নোৱাৰিব ৷ অন্যথা remove কৰিবলৈ বাধ্য হম ৷
৩: যিকোনো বিষয়ৰ আলোচনা বা কবিতা,গান পৰিবেশন কৰি থকা সময়ত mute কৰি ৰাখিব ৷

Rules

১ আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় 🙏

এই গ্ৰুপটো কোনো কাকো বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৷যদি কোনোবাই অসভ্য আচৰণ কৰে তেওঁক গ্ৰুপৰ পৰা উলিয়াই দিবলৈ বাধ্য হম৷

এই গ্ৰুপট সোমাই কোনোধৰণৰ কাজিয়া সৃষ্টি কৰিব নোৱাৰিব ৷ অন্যথা remove কৰিবলৈ বাধ্য হম ৷

যিকোনো বিষয়ৰ আলোচনা বা কবিতা,গান পৰিবেশন কৰি থকা সময়ত mute কৰি ৰাখিব ৷

Last 30 Records

Day Members Gain % Gain
March 13, 2024 222 0 0.0%
January 23, 2024 222 0 0.0%
December 09, 2023 222 0 0.0%
November 01, 2023 222 0 0.0%
October 02, 2023 222 0 0.0%
September 02, 2023 222 0 0.0%
August 05, 2023 222 -1 -0.5%
July 04, 2023 223 -5 -2.2%
April 08, 2023 228 +1 +0.5%
March 13, 2023 227 0 0.0%
October 15, 2022 227 +1 +0.5%
October 03, 2022 226 -1 -0.5%
September 17, 2022 227 +1 +0.5%
July 30, 2022 226 -3 -1.4%
June 28, 2022 229 -1 -0.5%
May 26, 2022 230 -4 -1.8%
April 22, 2022 234 -1 -0.5%
April 15, 2022 235 +1 +0.5%
March 25, 2022 234 +2 +0.9%
March 17, 2022 232 +1 +0.5%
March 10, 2022 231 -13 -5.4%
November 11, 2021 244 +2 +0.9%
November 02, 2021 242 -1 -0.5%

Charts

Some Club Members

More Clubs