জনমে জনমে on Clubhouse

জনমে জনমে Clubhouse
88 Members
Updated: Mar 26, 2024

Description

মৃত্যৰ বাবে বহুতো ৰাস্তা আছে, কিন্তু জন্মৰ বাবে এটাই ৰাস্তা "মা" ।👈

যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।👈

উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।👈


জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।👈

কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।👈


শৰীৰ চুব পৰাটো নহয়, হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।👈


মৃত্যৰ বাবে বহুতো ৰাস্তা আছে, কিন্তু জন্মৰ বাবে এটাই ৰাস্তা "মা" ।👈

যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা জুইত জ্বলিবলৈ মই প্ৰস্তুত ।👈

উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে, তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।👈


❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Only Song 🎼🥀🎶🎶🎶🎶🎶🎶🎶🥀🎼

Last 30 Records

Day Members Gain % Gain
March 26, 2024 88 +1 +1.2%
February 05, 2024 87 -1 -1.2%
December 22, 2023 88 +2 +2.4%
November 10, 2023 86 +2 +2.4%
October 10, 2023 84 0 0.0%
September 11, 2023 84 0 0.0%
August 13, 2023 84 0 0.0%

Charts

Some Club Members

More Clubs