আহক আমি সকলোৱে বাঁহী বজাবলৈ চেষ্টা কৰো ¿¿¿
--------------------------
বাঁহী ইংৰাজী: (Flute) অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য্য বাদ্যযন্ত্ৰ। বাঁহীক অসমত মুৰুলী, বংশী, বেণু, বাঁশী আদি বহু নামেৰে জনা যায়।বাঁহী বিহুৰ এক উল্লেখযোগ্য বাদ্য। বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণৰ বাদ্য হিচাপে অসমৰ পৰম্পৰাগত বৈষ্ণৱ সমাজত বাঁহীৰ ব্যৱহাৰ শ্ৰদ্ধেয় আৰু পৱিত্ৰ। বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়েই লোকসংগীতত বাঁহী ব্যৱহাৰ কৰে। অসমৰ বিহুৰো বাঁহী এক উল্লেখযোগ্য বাদ্য। বাঁহীৰ উৎপত্তি চীন দেশত বুলি ঠাৱৰ কৰা হয় যদিও ভাৰতৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ অতি প্ৰাচীন ||||||||
Day | Members | Gain | % Gain |
---|---|---|---|
June 19, 2024 | 54 | 0 | 0.0% |
March 17, 2024 | 54 | +1 | +1.9% |
January 27, 2024 | 53 | 0 | 0.0% |
December 13, 2023 | 53 | 0 | 0.0% |
November 04, 2023 | 53 | 0 | 0.0% |
October 04, 2023 | 53 | 0 | 0.0% |
September 05, 2023 | 53 | 0 | 0.0% |
August 07, 2023 | 53 | +1 | +2.0% |