অস্তিত্ববিহীন সপোন on Clubhouse

অস্তিত্ববিহীন সপোন Clubhouse
191 Members
Updated: Mar 8, 2024

Description

তোমাৰ হাঁহিতেই সূৰুজমুখীৰ দৰে ফুলি উঠে মোৰ কলিজা ।
মোৰ বুকুৰ হালধীয়াবোৰো প্ৰাণ পায়
সেউজীয়া হৈ পৰে মাথোঁ তোমাৰ ভাবনাতেই ।
তুমি কেতিয়াবা এক বিৰাট ডাঙৰ সাথৰ হৈ ধৰা দিয়া মোৰ মনত ।
আৰু যে তোমাৰ মোৰ প্ৰতি থকা অবুজ অভিমানৰ টোপোলাবোৰ ,
এইবোৰেই মোৰ জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা।
নিবিচাৰোঁ তোমাৰ পৰা 
আৰ.চি,DSLR নাইবা বিলাসী কাৰ
মাথোঁ প্ৰতিশ্ৰুতি বিচাৰোঁ তুমি মই হাতে হাত ধৰি, সুখ-দুখৰ সমভাগী হৈ
এই জনসমূদ্ৰত আগবাঢ়ি যোৱাৰ।
নালাগে তুমি মোক আনি দিব ৰেষ্টুৰেণ্টৰ দামী দামী খাদ্যবোৰ 
আৰু নালাগে তুমি মোক গঢ়াই দিব সোণ ৰূপ কিম্বা হিৰাৰ অলংকাৰো ।
যদি তুমি মোক মৰমেৰে আগবঢ়াই দিয়া 
বাচ ষ্টেণ্ডৰ চুকৰ সৌ হোটেলখনৰ চাহ মিঠাই নতুবা ফুটপাথৰ কাষৰ দোকানবোৰত ধুনীয়াকৈ সজাই থোৱা মৰ্টনৰ টেমাৰ পৰা কেইটামান মৰ্টন আৰু তোমাৰ বিশ্বাস ভৰা হাতখন
বচ্ তাতেই সুখী মই।
তুমি মোৰ বাবে সাঁচি ৰখা তোমাৰ বুকুৰ সেই নিভাঁজ মৰমবোৰ আৰু তোমাৰেই মনৰ দাপোনত সাঁচি থোৱা মোৰ পগলামীবোৰ।
আৰু যে সেই সৰু সৰু কথাতেই মোৰ সৈতে কাজিয়া লাগি মোৰ ওপৰত তুমি কৰা খঙবোৰ।
সেইবোৰেই তোমাক মোৰ হৃদয়লৈ
মিচিকিয়া হাঁহি মাৰি আদৰণি জনায়।
আমাৰ দুয়োৰে অজুত কল্পনা আৰু আবেগবোৰ লগ হৈয়ে ৰচিছে আমাৰ জীৱন যাত্ৰাৰ 
অন্য এক সামৰণি হীন পৃষ্ঠা ।।
১: নিয়ম: আমাৰ এই সৰু club2 আপোনালোকে সকলোৱে আগুৱাই লৈ যাবলৈ সহায় কৰিব । ইয়াত সকলো কাৰণে কথা কবলৈ গান গাবলৈ কবিতা সকলো ধৰণ সুবিধা দিয়া হব।
২:নিয়ম: হাই কাজিয়া কৰা সকলো কাৰণে ইয়াত দিয়া নহব। বেয়া কথা কলে আমাৰ club পৰা অতৰাই ৰখা হব। মোদ থকা সকলৰ কথা মানি চলিলে নিজলৈ ভাল।
৩:নিয়ম: Clubt অাহি কোনেও বেয়া পৰিৱেশ নকৰে যেন। আমৰ clut সকলো join হব🙏🙏🙏🙏

Last 30 Records

Day Members Gain % Gain
March 08, 2024 191 0 0.0%
January 18, 2024 191 +1 +0.6%
December 04, 2023 190 +1 +0.6%
October 29, 2023 189 +5 +2.8%
September 28, 2023 184 +3 +1.7%
August 30, 2023 181 +12 +7.2%

Charts

Some Club Members

More Clubs