Nip House no:-13 on Clubhouse

Nip House no:-13 Clubhouse
343 Members
Updated: Mar 25, 2024

Description

🍋নিপ আকাশ দুই বন্ধু 🌶️পেজ আৰু আমাৰ মৰমৰ ছোৱালীবোৰ সকলো আমাৰেই অ।🍋সকলোৱে মৰম দিবা"দেই।আৰু পাতল কৈ সকলোৱে পেজ টো Follow কৰি যাবা দেই ।🌶️

🍋 ধন্যবাদ 🌶️
1.CLUB RULES: কোনেও যাতে অন্য ঘৰৰ কথা বা অন্য ক্লাবৰ কথা আমাৰ এইখন ঘৰৰ মজিয়াত আলোচনা নকৰেযেন!

ADMIN আৰু MODERATOR সকলৰ কথা সকলোৱে মানি চলিব লাগিব!
2.Club rules: কিবা কব লগা থাকিলে মাইকটো Bling কৰিব!আমি সকলোৱে মিলি আমাৰ সকলোৱে মৰমৰ (Nip house No-13)এই ঘৰখনক জাকত-জিলিকা কৰি আগবঢ়াই নিবলৈ একতাবদ্ধ হ'ব লাগিব!
3.Club Rules: অনাহকত অদৰকাৰত কোনেও কাকো. ব্যক্তিগত কাৰণত ব্যক্তিগতভাৱে বাৰ্তা(Message)প্ৰেৰণ কৰি প্ৰাইভেত ৰুমত মাতি হাৰাহাস্তি নকৰিব!

Some Club Members

More Clubs