জুবিন দা FAN CLUB(ZG) on Clubhouse

জুবিন দা FAN CLUB(ZG) Clubhouse
3.1k Members
Updated: Feb 18, 2024

Description

🙏নমস্কাৰ🙏
আহক আমি সকলোয়ে মিলি এই জুবিন দা সৰু friend club টোৰ জৰিয়তে ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰো। আপোনা লোকে দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা কৰি group টো চলাই নিয়াত সহায় কৰে।আৰু সকলোয়ে যেন আমাৰ এই clubটো নিজৰ ভাবি সাদৰৰে আকোৱালি লব বুলি আশা কৰিলো।
🙏ধন্যবাদ🙏
.


বিষয়ঃ- গান,কবিতা,কুইজ,সাঁথৰ অন্যান্য ভাল ভাল বহুতো বিষয়।

OPENING TIMES :
= 08:00PM.....TO......


▄︻̷̿┻̿═━一THIS CLUB ØWN₳Ɽ⸕OFª✓ 👉●⃝RITU♡ZG ⸙




▒▒▒▒▒▒▒▒░░░░███░░░░▒▒▒▒▒▒▒▒
▒▒▒▒▒▒▒░░▄░░▄█▄░░▄░░▒▒▒▒▒▒▒
▒▒▒▒▒▒▒░░█▀▀███▀▀█░░▒▒▒▒▒▒▒
▒▒▒▒▒▒▒╬░█▀▀███▀▀█░░▒▒▒▒▒▒▒
▒▒▒▒▒▒▒▒▒▒░░▐█▌░░▒▒▒▒▒▒▒▒▒▒
▒▒▒▒▒▒▒▒▒▒░░▐█▌░╬▒▒▒▒▒▒▒▒▒▒
▒▒▒▒▒▒▒▒▒▒░░███░░▒▒▒▒▒▒▒▒▒▒
▒▒▒▒▒▒▒▒▒▒░░███░░▒▒▒▒▒▒▒▒▒▒
▒▒▒▒▒▒▒▒▒▒░░███░░▒▒▒▒▒▒▒▒▒▒
▒▒▒▒░░▄▄▓▓▓▓███▓▓▓▓▄▄░░▒▒▒▒
▒▒▒╬░▓▓▓▓▓▓▓███▓▓▓▓▓▓▓░░▒▒▒
▒▒░░▐▓▓▓▓▓▓▓███▓▓▓▓▓▓▓▌░░▒▒
▒▒░░▓▓▓▓▓▓▓▓███▓▓▓▓▓▓▓▓░░▒▒
▒▒░░▓▓▓▓▓▓▓▓███▓▓▓▓▓▓▓▓░░▒▒
▒▒░░▐▓▓▓▓▓▓▓███▓▓▓▓▓▓▓▌░░▒▒
▒▒▒░░▓▓▓▓▓▓▓███▓▓▓▓▓▓▓░░▒▒▒
▒▒▒▒░░▓▓▓██▓▒▒▒▓██▓▓▓░░▒▒▒▒
▒▒▒▒░░▐▓▓█▓▓▒▒▒▓▓█▓▓▌░░▒▒▒▒
▒▒▒▒░░▓█▓█▓▓▒▒▒▓▓█▓█▓░░╬▒▒▒
▒░░▄▓▓▓███▓▄▒▒▒▄▓███▓▓▓▄░░▒
░░▄▓▓▓▓▓▓▓▓▓▒▒▒▓▓▓▓▓▓▓▓▓▄░░
░░▓▓▓▓▓▓▓▓▓▓▒▒▒▓▓▓▓▓▓▓▓▓▓░░
░▐▓▓▓▓▓▓▓▓▓▓███▓▓▓▓▓▓▓▓▓▓▌░
░▐▓▓▓▓▓▓▓▓▓▓▐█▌▓▓▓▓▓▓▓▓▓▓▌░
░▐▓▓▓▓▓▓▓▓▓▓▐█▌▓▓▓▓▓▓▓▓▓▓▌░
░░▓▓▓▓▓▓▓▓▓▓▐█▌▓▓▓▓▓▓▓▓▓▓░░
▒░░▀▓▓▓▓▓▓▓▓▐█▌▓▓▓▓▓▓▓▓▀░╬▒
▒▒░░░▀▀▀▓▓▓▓███▓▓▓▓▀▀▀░░░▒▒


❤️ জয় ❤️ জুবিন ❤️ দা ❤️
▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️▪️
👉অশ্লীল শব্দ ব্যৱহাৰ নকৰিব!!: ১.কোনোবা ব্যক্তিয়ে অশ্লীল শব্দ ব্যৱহাৰ কৰিলেRoom ৰ পৰা Remove কৰা হব।
২.Moderator ক লৈ কোনো যাতে আমনি নকৰে।
৩.Admin আৰু leader ক হেModerator দিয়া হব।
👉কোনো ব্যক্তিয়ে যাতে হায় কাজিয়া সৃষ্টি নকৰে!: ১.কোনো ব্যক্তিয়ে যাতে হায় কাজিয়া সৃষ্টি নকৰি ভালদৰে Room ত সহযোগ কৰে।
২.খং নামে চন্দাল।
৩.Adminr সিদ্ধান্তই সুৰান্ত সিদ্ধান্ত হব।
👉আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়!!: ১.জুবিন দা ক respect জনাই আমি ভাল ভাল কাম কৰি যাবলৈ চেষ্টা কৰিম।
২.আমি ডাঙৰে সৰুক মৰম কৰি আৰু সৰুয়ে ডাঙৰক সন্মান কৰি মিলি থাকিম।

জুবিন দা love you

Last 30 Records

Day Members Gain % Gain
February 18, 2024 3,139 +26 +0.9%
January 04, 2024 3,113 +17 +0.6%
November 21, 2023 3,096 +59 +2.0%
October 19, 2023 3,037 -1 -0.1%
September 19, 2023 3,038 +98 +3.4%
August 21, 2023 2,940 +35 +1.3%

Charts

Some Club Members

More Clubs