༶•┈┈⛧┈♛সপোনৰ ঠিকনা বিচাৰি༶•┈┈⛧┈♛ on Clubhouse

༶•┈┈⛧┈♛সপোনৰ ঠিকনা বিচাৰি༶•┈┈⛧┈♛ Clubhouse
38 Members
Updated: May 7, 2024

Description

ভালপোৱা বোৰ এনেকোৱা নেকি কোনোবা এজনে তেওঁক সাগৰৰ দৰে ভাল পাই আৰু কোনোবা এজনে তেওঁক কোৱা গুৰুত্বই দিব নিবিচাৰে । এজনে তেওঁক পাবলৈ শেষৰ লৈকে চেষ্টা
কৰে আৰু আনজনে অলপো চেষ্টা কৰিব নিবিচাৰে । যাক আনৰ লগত অলপ কথা পতা দেখিলেই খং উঠে তেওঁক এদিন আনৰ হ'বলৈ এৰি দিব লাগে হয়তো এয়াই বাস্তৱ!!🥺

যিয়ে তোমাক হেৰোৱাৰ ভয় কান্দে, তোমাৰ reply কাৰণে wait কৰে, দিনটোত ঘটি যোৱা সৰু সৰু কথাবোৰ Share কৰিবলৈ Excited হৈ থাকে, কিবা সমস্যা আহিলে সহায় কৰিব নোৱাৰিলেও সাহস দিবলৈ নাপাহৰে নিজৰ লগতেই তোমাৰো

ভৱিষ্যতৰ কথা চিন্তা কৰে। তেনেকুৱা মানুহৰ কেতিয়াও হেৰাই যাব নিদিবা কাৰণ জীৱনত তেনেকুৱা মানুহ অকল এবাৰেই আহে।😌💖

"১ টকাত ৫ টা চকলেট পোৱাৰ পৰা ৫ টকাত এটা চকলেট পোৱান মাজৰ সময়খিনিতে আমি ডাঙৰ হৈ গলো🙂🥀
বন্ধুসবক"পথাৰলৈ আহ বুলি কোৱাৰ পৰা অনলাইন আহ বুলি কোৱাৰ সময়খিনিতে আমি ডাঙৰ হৈ গলোঁ🙃
"মা আৰু ৫ মিনিট শুবলৈ দিয়া বুলি কোৱা আৰু নিজৰ হাতেৰে এলাম বন্ধ কৰাৰ মাজৰ সময়খিনিতে আমি ডাঙৰ হৈ গলোঁ।😌💖"ক্রিকেটবেট খন ভঙাৰ পিছত হিয়া চাকুৰি কান্দাৰ পৰা "মন ভাঙি চূৰমাৰ হৈ যোৱাৰ মাজৰ সময়খিনিতে আমি ডাঙৰ হৈ গলোঁ।😔💖" আগতে লগ কৰ পিছত PLAN কৰিম বুলি কোৱাৰ পৰা "আগতে PLAN কৰ পিছত লগ কৰিবি " বুলি কোৱাৰ মাজৰ সময়খিনিতে আমি ডাঙৰ হৈ গলোঁ। 😔💖মই ডাঙৰ হব বিচাৰোঁ”বুলি কৈ শৈশবলৈ উভতি যাব বিচৰা সময়খিনিত ডাঙৰ হলো💖আমি বহুত ডাঙৰ হৈ গলো🥺
Welcome🎉🎉
অনেকৰ মাজত
তেওঁৱেই একমাত্ৰ আছিল নেকি ?
যাৰ বাউসীত হাত থৈ: শ্ৰদ্ধা নিবেদিচো পেজ টোৰ সমুহ সদস্যলৈ জীবন এখন গাড়ী।গৈ আচো,,মৰম দিয়া যদি এতিয়াই বিলাবা।মৃত্যু পাচত টো নিজে নিজক পাহৰি যায়।মনত ৰাখিবা বিশ্ব সুন্দৰ তাজমহল মমতাজে দেখা নাই🙃
বন্ধুত্বৰ গাঢ় এনাজৰী: এটুকুৰা দুটুকুৰা ভগা-ছিগা ডাৱৰ আন্ধাৰৰ মাজত সেয়া জোনৰ আশ্ৰয়, জোনাকীয়ে বিচাৰিছে পুৰণি পৃথিৱী হতাশাত ভুগিছে আজি মানৱৰ এপিঠি, আৱিষ্কাৰৰ নগ্নতাই আনিছে বলিয়া বতাহজাকি উৰুৱালে দিগন্তলৈ আয়ুসৰ চুলি,

Last 30 Records

Day Members Gain % Gain
May 07, 2024 38 +3 +8.6%
February 19, 2024 35 0 0.0%
January 05, 2024 35 0 0.0%
November 21, 2023 35 0 0.0%
October 20, 2023 35 0 0.0%
September 20, 2023 35 0 0.0%
August 22, 2023 35 0 0.0%

Charts

Some Club Members

More Clubs