আমি সকলো অচিন দেশৰ, প্ৰথমেই আমি অচিনাকিৰ পৰা চিনাকি হবলৈ পৰিচয় জানিব বিচাৰো। ভাললগা জনৰ সৈতে চিনাকি হৈ সম্পৰ্ক গঢ়িব বিচাৰো সেইয়া প্ৰেম নাইবা বন্ধুত্ব যি সম্পৰ্কই নহওঁক কিয়। যিমানে কথা পতাৰ অভ্যাস হব সিমানেই এজনৰ আনজনৰ প্ৰতি মৰম বাঢ়িব। এনেদৰে সকলো আমাৰ আপোন হব। এয়াই আমাৰ মুল উদ্দেশ্য। গ্ৰুপলৈ অহা প্ৰতিজন সদস্যই হব আমাৰ অতি মৰমৰ। ধন্যবাদ ❣️
Day | Members | Gain | % Gain |
---|---|---|---|
July 20, 2024 | 236 | +1 | +0.5% |
April 24, 2024 | 235 | +1 | +0.5% |
February 12, 2024 | 234 | 0 | 0.0% |
December 29, 2023 | 234 | 0 | 0.0% |
November 15, 2023 | 234 | +1 | +0.5% |
October 15, 2023 | 233 | 0 | 0.0% |
September 15, 2023 | 233 | 0 | 0.0% |
August 17, 2023 | 233 | -2 | -0.9% |