★তোমাৰ হাঁহিতে মৰম★ on Clubhouse

★তোমাৰ হাঁহিতে মৰম★ Clubhouse
736 Members
Updated: Mar 17, 2024

Description

মোৰ আকর্ষণ বাঢ়িব ধৰিছে,

মোৰ প্রেমে আকাশ চুব ধৰিছে,

তুমি মোৰ হৈ যাবলৈ মনে আনুৰোধ কৰিছে,

এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা,

তোমাক মোৰ কৰাৰ যি হাবিয়াহ,

জানোচা কিছু সময় তুমি দূৰত থাকিলেও

মনক বুজাব পাৰো মই।

🥰🥰🥰
ᏢᏝᏃ ʝσιη тнє ραgє 😘:
gινє яѕρ¢т тαкє яѕρ¢т🥰:
ℓσνє уσυ all😘:

Some Club Members

More Clubs