যোৰহাট জুৰণিৰ ঠাই on Clubhouse

যোৰহাট জুৰণিৰ ঠাই Clubhouse
69 Members
Updated: May 20, 2024

Description

যোৰহাট জিলা ভাৰতৰ অসম ৰাজ্যৰ ৩৩খন জিলাৰ ভিতৰত এখন। ইয়াৰ সদৰ স্থান যোৰহাট চহৰ। যোৰহাট জিলাক অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বা সাংস্কৃতিক নগৰী বুলিও জনা যায়।পূৰ্বতে যোৰহাট শিৱসাগৰ জিলাৰ অন্তৰ্গত এটা মহকুমা আছিল। ১৯৮৩ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়।জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। পূৰ্বতে মাজুলী যোৰহাট জিলাৰ এক মহকুমা আছিল। ২০১৬ বৰ্ষৰ ৮ ছেপ্টেম্বৰত মাজুলীক এখন পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে অসম চৰকাৰে ঘোষণা কৰে। অবিভক্ত যোৰহাট জিলা বা মাজুলী জিলা গঠনৰ পূৰ্বৰ যোৰহাট জিলাৰ মুঠ মাটিকালি হৈছে ২,৮৫১ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল মতে অবিভক্ত যোৰহাট জিলাৰ জনসংখ্যা হৈছে ১০,৯২,২৫৬ জন।

Last 30 Records

Day Members Gain % Gain
May 20, 2024 69 0 0.0%
March 01, 2024 69 0 0.0%
January 11, 2024 69 0 0.0%
November 28, 2023 69 0 0.0%
October 24, 2023 69 0 0.0%
September 24, 2023 69 0 0.0%
August 26, 2023 69 +1 +1.5%

Charts

Some Club Members

More Clubs