1.Rules: কোনেও যাতে অন্য ঘৰৰ কথা বা অন্য ক্লাবৰ কথা আমাৰ এইখন ঘৰৰ মজিয়াত আলোচনা নকৰে!
Admin আৰু Moderator সকলৰ কথা সকলোৱে মানি চলিব লাগিব!
2.Rules: 👉কিবা কব লগা থাকিলে মাইকটো🎙Bling কৰিব!
আমি সকলোৱে মিলি আমাৰ সকলোৱে মৰমৰ মৰম 0.2( Morom 0.2)এই ঘৰখনক জাকত-জিলিকা কৰি আগবঢ়াই নিবলৈ একতাবদ্ধ হব লাগিব!
3.Rules: অনাহকত অদৰকাৰত কোনেও কাকো ব্যক্তিগত কাৰণত ব্যক্তিগতভাৱে বাৰ্তা(message) প্ৰেৰণ কৰি প্ৰাইভেত ৰুমত মাতি হাৰাশাস্তি নকৰিব।
🙏ধন্যবাদ🙏
🙏 জয় আই অসম🙏
| Day | Members | Gain | % Gain |
|---|---|---|---|
| July 03, 2024 | 14 | 0 | 0.0% |
| March 24, 2024 | 14 | 0 | 0.0% |
| February 03, 2024 | 14 | 0 | 0.0% |
| December 20, 2023 | 14 | 0 | 0.0% |
| November 08, 2023 | 14 | 0 | 0.0% |
| October 09, 2023 | 14 | +1 | +7.7% |
| September 09, 2023 | 13 | +1 | +8.4% |